Saturday, 7 November 2020

07 November, 2020'জীৱনডিঙা'থলুৱা যন্ত্ৰচালিত নাৱৰ মালিকসকলৰ বাবে এক অভিলাষী আঁচনি ।(এ আই ডব্লিউ টি ডি এছ) অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতি ৰ দ্বাৰা যুগুত কৰা থলুৱা যন্ত্ৰচালিত নাৱৰ মালিকসকলৰ বাবে এক অভিলাষী আঁচনি 'জীৱনডিঙা'। এই আঁচনিখনৰ বাবে আবেদনপত্ৰ www.aiwtdsociety.in , www.iwtdirectorate.assam.gov.in অথবা অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ সংশ্লিষ্ট ঘাট, উপ-সংমণ্ডল, সংমণ্ডল আৰু মুখ্য কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰি দাখিল কৰিব পাৰিব।

07 November, 2020

'জীৱনডিঙা'

থলুৱা যন্ত্ৰচালিত নাৱৰ মালিকসকলৰ বাবে এক অভিলাষী আঁচনি ।

(এ আই ডব্লিউ টি ডি এছ) 
অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতি ৰ দ্বাৰা যুগুত কৰা থলুৱা যন্ত্ৰচালিত নাৱৰ মালিকসকলৰ বাবে এক অভিলাষী আঁচনি 'জীৱনডিঙা'। এই আঁচনিখনৰ বাবে আবেদনপত্ৰ  www.aiwtdsociety.in , www.iwtdirectorate.assam.gov.in অথবা অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ সংশ্লিষ্ট ঘাট, উপ-সংমণ্ডল, সংমণ্ডল আৰু মুখ্য কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰি দাখিল কৰিব পাৰিব।

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...