07 November, 2020
অভিনন্দন আঁচনি
মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি 'অভিনন্দন আঁচনি'ৰ অধীনত আনুষ্ঠানিকভাৱে শিক্ষা ঋণ ৰাজসাহায্যৰ অনুমোদন পত্ৰ বিতৰণ কৰিব।
অসমৰ শিক্ষাৰ্থীসকলৰ বাবে উচ্চশিক্ষা লাভৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। 
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
No comments:
Post a Comment
Welcome Northeast News India