Thursday, 5 November 2020

05 November, 2020 আজি ৫ নবেম্বৰ ৷ এই দিনটোতেই আমাৰ অতিকে শ্ৰদ্ধাৰ ; অতিকে মৰমৰ সুধাকণ্ঠক ডা°ভূপেন হাজৰিকাই এই পৃথিৱীৰ পৰা মেলানি মাগিলে ৷ তেখেতৰ নৰশ্বদেহ পঞ্চভূতত বিলীন হ’ল ৷ কিন্ত কালজয়ী গীতেৰে তেওঁ আমাৰ মাজত ; আমাৰ হিদয়ত থাকিগল ৷ সেয়েহে সমগ্ৰ দেশবাসীৰ লগতে আজিৰ দিনটোত গোলাঘাটৰ নতুন আমোলাপট্টিৰ কণ কণ শিশুসকলেও এটি গীতৰ নৃত্যৰে প্ৰয়াত সুধাকণ্ঠক ড° ভূপেন হাজৰিকাক স্মৰণ কৰে ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷

 05 November, 2020


আজি ৫ নবেম্বৰ ৷ এই দিনটোতেই আমাৰ অতিকে শ্ৰদ্ধাৰ ; অতিকে মৰমৰ সুধাকণ্ঠক ডা°ভূপেন হাজৰিকাই এই পৃথিৱীৰ পৰা মেলানি মাগিলে ৷ তেখেতৰ নৰশ্বদেহ পঞ্চভূতত বিলীন হ’ল ৷ কিন্ত কালজয়ী গীতেৰে তেওঁ আমাৰ মাজত ; আমাৰ হিদয়ত থাকিগল ৷ সেয়েহে সমগ্ৰ দেশবাসীৰ লগতে আজিৰ দিনটোত গোলাঘাটৰ নতুন আমোলাপট্টিৰ কণ কণ শিশুসকলেও এটি গীতৰ নৃত্যৰে প্ৰয়াত সুধাকণ্ঠক ড° ভূপেন হাজৰিকাক স্মৰণ কৰে ৷ :::  প্ৰকাশ শৰ্মা গোলাঘাট ৷


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...