Tuesday, 12 October 2021

ক’ভীড প্ৰট’কল দোহাইদি গোলাঘাটৰ প্ৰশাসনে এইবাৰ মেলামুখি পৰিবেশ নিষিদ্ধ কৰিছে

 ক’ভীড প্ৰট’কল দোহাইদি গোলাঘাটৰ প্ৰশাসনে এইবাৰ মেলামুখি পৰিবেশ নিষিদ্ধ কৰিছে


৷ পূৰ্বতে চহৰৰ টোকানী চাৰ্কোলৰ পৰা বাটা চাৰ্কোললৈকে পৌৰসভাই অস্থায়ী দোকান আৱল্টন দিয়ে ৷ কিন্তু এইবাৰ এই সকলো বন্ধ ৷ কিন্তু এয়া কি ? চহৰৰ চ’ক বজাৰৰ গলী সমূহত কাৰ নিৰ্দেশত গঢ়ি উঠিছে এই দোকান সমূহ ? পথৰ মাজলৈকে সৃষ্টি হৈছে মানুহৰ সমাগম ৷ ক’ভীড প্ৰট’কল ভঙ্গ কৰি মাস্ক পৰিধান নকৰাকৈ ভীৰ কৰিছে বজাৰত ৷ ক’ভীড-১৯ প্ৰট’কল ভঙ্গ কৰাকৰা দোকানীৰ ট্ৰেড লাইচেঞ্চ বাতিলৰো হুংকাৰ দিছিল উপায়ুক্তই ৷ এইয়া চাওক ৷ মাস্ক নিপিন্ধা দোকানী সকলৰ ক্ষেত্ৰত ব্যৱস্থা লব পাৰিবনে জিলা প্ৰশাসনে ৷ এইয়া ৰাইজৰ মাজত চচাৰ বিষয় হৈ পৰিছে ৷ ::: 

প্ৰকাশ শৰ্মা ৰিৰ্পত NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India