Tuesday, 12 October 2021

গোলাঘাট চহৰৰ ১৫ খন পূজা সমিতিৰ অন্যতম টোকানী চাৰ্কোল পূজা সমিতি ৷

 গোলাঘাট চহৰৰ ১৫ খন পূজা সমিতিৰ অন্যতম টোকানী চাৰ্কোল পূজা সমিতি ৷


জিলাখনৰ ভিতৰতেই ব্যাপক জনসমাগম ঘটে এই পূজা সমিতিত ৷ এইবাৰ ক’ভীড-১৯ ৰ প্ৰট’কলৰ বাবে পূজা সমিতিয়ে প্ৰশাসনৰ নিয়ম মানি দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা দেখা গৈছে ৷ এইবাৰ দুইলাখ দহ হেজাৰ টকাৰ বাজেতেৰে পূজা অনুষ্ঠিতকৰা হৈছে ৷ 


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...