Monday, 11 October 2021

গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই গোলাঘাটবাসীক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছে

 গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই গোলাঘাটবাসীক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছে


। তেওঁ সকলোকে মুক্ত পৰিৱেশত শৃঙ্খলাবদ্ধভাৱে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনাইছে । ক'ভিড 19ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্তগৰাকীয়ে পূজা চাবলৈ আহোতে মাস্ক পৰিধান কৰাৰ লগতে ক'ভিডৰ  অন্ততঃ এপালি প্ৰতিষেধক লোৱা ব্যক্তিকহে দুৰ্গা পূজালৈ আহিবলৈ আহ্বান জনাইছে । তেওঁ দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ সময় হোৱা লোকসকলক অতি সোনকালেই ওচৰৰ কেন্দ্ৰত গৈ প্ৰতিষেধক গ্ৰহণ কৰিবলৈও আহ্বান জনায় । ক'ভিডৰ নীতি-নিৰ্দেশনা মানি সুৰক্ষিত দুৰ্গোৎসৱ উদযাপন কৰক ।


NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...