Sunday, 18 June 2023
সতৰ্ক বাণী
Sunday, 11 June 2023
প্ৰয়োজনীয় পথ নিৰ্দেশনা বা দুৰ্ঘটনা ৰোধৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ
*মিলেট খেতি সন্দৰ্ভত চাওদাং পথাৰত সজাগতা সভা*
Sunday, 4 June 2023
*সমগ্র মানৱ জাতিলৈ আহ্বান।*
Thursday, 1 June 2023
*মিলেট খেতি সন্দৰ্ভত মধ্য কাজিৰঙা গাঁও পঞ্চায়তত সজাগতা সভা*
Monday, 29 May 2023
দীঘলী পুখুৰীৰ পাৰত অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন ‘জাতীয় মহিলা শক্তি’ৰ প্ৰতিবাদ
*দীঘলী পুখুৰীৰ পাৰত অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন ‘জাতীয় মহিলা শক্তি’ৰ প্ৰতিবাদ
*
২৯ মে, ২০২৩ঃ দীঘলী পুখুৰীৰ পাৰত অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন ‘জাতীয় মহিলা শক্তি’ৰ প্ৰতিবাদ।
মল্ল যুঁজাৰুসকলক দিল্লীৰ পুলিচ-প্ৰশাসনে কৰা অত্যাচাৰ, অপমানৰ বিৰোধিতাৰে হাতে হাতে মমবাতি লৈ প্ৰতিবাদ জাতীয় মহিলা শক্তিৰ।
protest #guwahati #delhi #WrestlersProtest #AJP
Tuesday, 23 May 2023
প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ উদ্যোগত সজ্ঞীৱনী NGO ৰ সহযোগত Cleaning Wetland ( KURUKA RANGAJAN BEEL) নামেৰে এক সজাগতা কাৰ্য্যসূচী
*প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ উদ্যোগত সজ্ঞীৱনী NGO ৰ সহযোগত Cleaning Wetland ( KURUKA RANGAJAN BEEL) নামেৰে এক সজাগতা কাৰ্য্যসূচী*
গোলাঘাট ২৩ মে ২০২৩ঃ ক্ৰমাত বাঢ়ি অহা প্ৰদূষণৰ কবলত পৰিছে বহুতো প্ৰকৃতিক জলাশয় ইয়াৰ অন্যতম জলাশয় হৈছে গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত কোৰোকা ৰঙাজান বিল ইয়াৰ প্ৰধান কাৰণ হৈছে স্থানীয় দাতিকাষৰীয়া কিছুমান অসচেতন লোক। যি সকলে নানা ধৰণৰ আৱৰ্জনা বিলত পেলাই আহিছে ফলত বিলৰ জলাশয়ত থকা বিভিন্ন ধৰণৰ জলজ প্ৰানীৰ লগতে থলুৱা প্ৰজাতিৰ মাছৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ।
আজি এই বিলত প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ উদ্যোগত সজ্ঞীৱনী NGO ৰ সহযোগত Cleaning Wetland ( KURUKA RANGAJAN BEEL) নামেৰে এক সজাগতা কাৰ্য্যসূচী লৈ বিলখনৰ কিছু অংশত আৱৰ্জনা পৰিস্কাৰ কৰা হয়
অনাগত দিনত জলাশয় আদিৰ লগতে যি কোনো স্থানত আৱৰ্জনা বিশেষকৈ প্লাষ্টিক, কাচৰ বটল ইত্যাদি পেলোৱাৰ পৰা বিৰত থাকিবৰ বাবে উপস্থিত ৰাইজক আহ্বান জনোৱা হয় ।
শেষত বৃষৰোপন কাৰ্য্যৰে সজাগতা কাৰ্য্যসূচী অন্ত পৰে
এই সজাগতা কাৰ্য্যত বিলখনৰ মহলদাৰ শ্ৰী যুত সুনীল গগৈয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে সজাগতা কাৰ্য্যত অংশগ্ৰহণ কৰা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে।
NORTHEAST NEWS INDIA
পৃথিৱীৰ মানৱ জাতিলৈ আহ্বান
📰 বিশেষ নিউজ বাৰ্তা 🌏 পৃথিৱীৰ মানৱ জাতিলৈ সাৱধান আহ্বান গোলাঘাট, অসম, ভাৰত, ২৫ মাৰ্চ: সমগ্ৰ মানৱ জাতিলৈ এক গভীৰ সজাগ বাৰ্তা আগবঢ়োৱা হৈছে।...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...