Sunday, 11 June 2023

প্ৰয়োজনীয় পথ নিৰ্দেশনা বা দুৰ্ঘটনা ৰোধৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

১১ জুন, ২০২৩ গোলাঘাটঃ ইয়াৰ দ্বাৰা গোলাঘাট জিলাৰ ৰাইজক অৱগত কৰা হয় যে, জিলাখনৰ বিভিন্ন এলেকাত যিহেতু পথ নিৰ্মাণ আৰু মেৰামতিৰ কামসমূহ পূৰ্ণগতিত চলি আছে, সেয়েহে কোনো ঠাইত যদি যাতায়ত ব্যৱস্থাৰ সুচলতাৰ বাবে নিৰ্মাণকাৰী সংস্থাই প্ৰয়োজনীয় পথ নিৰ্দেশনা বা দুৰ্ঘটনা ৰোধৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা নাই তেতিয়া আপোনালোকে তাৎক্ষণিকভাৱে গোলাঘাট জিলা প্ৰশাসনক  ০৩৭৭৪-২৮৩২৮২ নম্বৰত অভিযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। জিলাখনত দুৰ্ঘটনা ৰোধ কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰপৰা এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 

উল্লিখিত ফোন নম্বৰত ফোন কৰি অভিযোগ কৰক আৰু দুৰ্ঘটনামুক্ত যাতায়ত সুনিশ্চিত কৰাত জিলা প্ৰশাসনক সহায় কৰক।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...