Sunday, 4 June 2023

*সমগ্র মানৱ জাতিলৈ আহ্বান।*

*সমগ্র মানৱ জাতিলৈ আহ্বান।*

যি খন দেশত বা ৰাজ্যত জনসাধাৰণে নিদিষ্ট বাচনি কৰি ৰখীয়া পাতে, যদি সেই ব্যক্তি অতিমাএা লুভিয়া, খকুৱা, চকুচৰহা, বেচি মোহকৰা, বেচি খঙাল এই গুণ কেইটাৰ অধিকাৰী হয়। তেন্তে সেইখন  ৰাজ্য বা দেশত শান্তি কেতিয়াও সম্ভৱ নহয়। সেইখন দেশৰ সমস্ত জীৱকোলৰ কেতিয়াও মঙ্গল নহয়। 
আমি সকলো মানৱ জাতিয়ে এই বিষয় বস্তু ত্যাগ দিও আহক। 

তেতিয়াহে সমগ্র পৃথিবীৰ কল্যাণ হৱ।

সেৱাৰে
মাধৱ গগৈ
মা আৰু প্ৰকৃতি
প্ৰতিষ্ঠাপক।

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...