Monday, 12 April 2021
Covid Update Assam
Sunday, 11 April 2021
এইয়া গোলাঘাটৰ নোগোৰা অঞ্চলৰ কুৱঁৰী গাঁৱৰ কেটেকীৰ শতাধিক গছ
11 April, 2021
বহাগত কপৌফুল ফুলাৰ সময়তে ফুলে কাইটিয়া কেটেকীজোপা ৷ কাইতীয়া পাতৰ মাজত ফুলা কেটেকীফুলৰ সুৱাসে আমোলমোলাই থাকে ৷ বতাহল কেটেকীৰ সুবাস উৰিযায় বহুদূৰলৈ ৷ কেটেকীৰ সুবাসেও মন উগুলথুগুল কৰে ধুলীয়া- নাচনিৰ মন ৷ এইয়া গোলাঘাটৰ নোগোৰা অঞ্চলৰ কুৱঁৰী গাঁৱৰ কেটেকীৰ শতাধিক গছ
৷ ইয়াতেই প্ৰতিবছৰে বসন্তকালত ফুলে কেটেকী ফুলবোৰ ৷ আৰু কাইটিয়া কেটেকী আৰু বিষাক্ত সাপৰ আৱেষ্টনীৰ পৰা বিভিন্নজনে চিঙীআনি সুৱাস লয় কেটেকীৰ ৷ ::
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা প্ৰতিবেদন নৰ্থইষ্ট নিউজ ইণ্ডিয়া
आगामी होने वाली चैती छठ महापर्व को लेकर विचार-विमर्श
11 April, 2021
आगामी होने वाली चैती छठ महापर्व को लेकर विचार-विमर्श
अखिल असम भोजपुरी परिषद गोलाघाट नगर अंचलिक समिति द्वारा आज गोलाघाट नगर की हरगौरी विवाह भवन के प्रंगन में एक सभा का आयोजन किया गया। इस सभा में आगामी होने वाली चैती छठ महापर्व को लेकर विचार-विमर्श किया गया और कमेटी द्वारा सिद्धांत लिया गया की अखिल असम भोजपुरी परिषद नगर समिति द्वारा धनशिरि घाट में पूरी व्यवस्था के साथ चैती छठ महापर्व मनाई जाएगी।
गोलाघाट से संजीव कुमार प्रजापति रिपोर्ट नॉर्थ ईस्ट न्यूज इंडिया
ৰে'লৰ খুন্দাত নিহত বন্যহস্তি
11 April, 2021
*ৰে'লৰ খুন্দাত নিহত বন্যহস্তি
* Date :- 11/4/21
## প্ৰায় বন্যহস্তি মৃত্যু হয় ৰেলৰ খুণ্ডাত।
## শনিবাৰেও নিশা প্ৰায় ৯.৩০ মান বজাত লখিমপুৰ জিলাৰ পথালিপাম বনখণ্ডৰ কাৰ্যালয়ৰ অন্তৰ্গত বাঘজানৰ সমীপত সংঘতিত হয় তেনে এক ঘটনা।
## নিশা দুলুং বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীক এখন ৰেলে খুন্দিয়াই থিতাতে নিহত কৰে ।
## চিলাপথাৰৰ পৰা বঙাইগাঁও অভিমূখী আছিল মাল কঢ়িওৱা ৰে'লগাড়ী খন ।
## হাতীৰ মৃতদেহটো ৰে'লৰ তলত সোমাই থকাত কেইবাঘন্টা ধৰি ৰে'ল খন আৱদ্ধ হৈ থাকে।
## পিছত পথালিপাম বনখণ্ডৰ বনৰক্ষী আৰু বগীনদী আৰক্ষীৰ সহযোগত হাতীটো মৃতদেহ ৰেলপথৰ পৰা ওলিওৱাত হে ৰে'ল খন যাবলৈ সক্ষম হয়।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
বঙালমৰা, সোণাপুৰত উৰুৱাই নিলে ঘৰ-দুৱাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান।
11 April, 2021
*লখিমপুৰ ধুমুহা* Date :- 11/4/21
## বিভিন্ন প্ৰান্ত লগতে লখিমপুৰতো নিশা প্ৰচণ্ড ধুমুহা বৰষুণ।
## ঠায়ে-ঠায়ে বিস্তৰ ক্ষতিসাধন।
## বঙালমৰা, সোণাপুৰত উৰুৱাই নিলে ঘৰ-দুৱাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান।
## ৰাজপথত উভালি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ।
## যোগাযোগ বিচ্ছিন্ন, কৰ্তন বিদ্যুৎ সেৱাও।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Covid Update Assam
Saturday, 10 April 2021
ৰঙালী উৎসৱ ও বাণিজ্য মেলা
10 April, 2021
ৰঙালী উৎসৱ ও বাণিজ্য মেলা
গোলাঘাট সমন্বয় ক্ষেএত শ্ৰীমন্ত শংকৰদেৱ ফাউণ্ডেচনৰ উদ্যোগত ৪ ৰ পৰা ১৯ এপ্ৰিল ২০২১ তাৰিখলৈকে বিভিন্ন কাৰ্য্যসূচীৰে ৰঙালী উৎসৱ ও বাণিজ্য মেলা অনুষ্ঠিত হৈছে। জনসাধাৰণৰ উপস্থিতি দেখা পোৱা গৈছে। আগন্তক দিন কেইটাত ৰাইজৰ আৰু সমাগম হব বুলি উদোক্তা সকলে আশা ব্যক্ত কৰিছে।
গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতিৰ প্ৰতিবেদন নৰ্থইষ্ট নিউজ ইণ্ডিয়া
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...