Sunday, 11 April 2021

এইয়া গোলাঘাটৰ নোগোৰা অঞ্চলৰ কুৱঁৰী গাঁৱৰ কেটেকীৰ শতাধিক গছ

 11 April, 2021


বহাগত কপৌফুল ফুলাৰ সময়তে ফুলে কাইটিয়া কেটেকীজোপা ৷ কাইতীয়া পাতৰ মাজত ফুলা কেটেকীফুলৰ সুৱাসে আমোলমোলাই থাকে ৷ বতাহল কেটেকীৰ সুবাস উৰিযায় বহুদূৰলৈ ৷  কেটেকীৰ সুবাসেও মন উগুলথুগুল কৰে ধুলীয়া- নাচনিৰ মন ৷ এইয়া গোলাঘাটৰ নোগোৰা অঞ্চলৰ কুৱঁৰী গাঁৱৰ কেটেকীৰ শতাধিক গছ


৷ ইয়াতেই প্ৰতিবছৰে বসন্তকালত ফুলে কেটেকী ফুলবোৰ ৷ আৰু কাইটিয়া কেটেকী আৰু বিষাক্ত সাপৰ আৱেষ্টনীৰ পৰা বিভিন্নজনে চিঙীআনি সুৱাস লয় কেটেকীৰ ৷ :: 


গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা প্ৰতিবেদন নৰ্থইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...