Sunday, 11 April 2021

ৰে'লৰ খুন্দাত নিহত বন্যহস্তি

 11 April, 2021


*ৰে'লৰ খুন্দাত  নিহত বন্যহস্তি


* Date :- 11/4/21


## প্ৰায় বন্যহস্তি মৃত্যু হয় ৰেলৰ খুণ্ডাত।


## শনিবাৰেও নিশা‌ প্ৰা‌য় ৯.৩০ মান বজাত লখিমপুৰ জিলাৰ পথালিপাম বনখণ্ডৰ কাৰ্যালয়ৰ অন্তৰ্গত বাঘজানৰ সমীপত সংঘতিত হয় তেনে এক ঘটনা।


## নিশা দুলুং বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীক এখন ৰেলে খুন্দিয়াই থিতাতে নিহত কৰে ।


## চিলাপথাৰৰ পৰা বঙাইগাঁও অভিমূখী আছিল মাল কঢ়িওৱা ৰে'লগাড়ী খন ।


## হাতীৰ মৃতদেহটো ৰে'লৰ তলত সোমাই থকাত কেইবাঘন্টা ধৰি ৰে'ল খন আৱদ্ধ হৈ থাকে‌।


## পিছত পথালিপাম বনখণ্ডৰ বনৰক্ষী আৰু বগীনদী আৰক্ষীৰ সহযোগত হাতীটো  মৃতদেহ ৰেলপথৰ পৰা ওলিওৱাত হে  ৰে'ল খন যাবলৈ সক্ষম হয়।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...