25 March, 2021
গোলাঘাটৰপৰা প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন ৷নিৰ্বাচন সম্পৰ্কীয় বিষয়লৈ গোলাঘাটৰ জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডীৰ সংবাদমেল
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থইষ্ট নিউজ ইণ্ডিয়া
25 March, 2021
গোলাঘাটৰপৰা প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন ৷নিৰ্বাচন সম্পৰ্কীয় বিষয়লৈ গোলাঘাটৰ জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডীৰ সংবাদমেল
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থইষ্ট নিউজ ইণ্ডিয়া
24 March, 2021
বসন্তৰ আগমনৰ আগজাননী বিৰিখৰ কঁহী পাতে আনিছে বহাগৰ বতৰা
কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট ৷
নৰ্থইষ্ট নিউজ ইণ্ডিয়া
24 March, 2021
বিশ্ব যক্ষ্মা দিৱস পালন
-----------==---------------------
সমগ্ৰদেশ জুৰি যক্ষ্মা দিবস পালন কৰাৰ লগতে আজি গোলাঘাট জিলা স্বাস্থ্যবিভাগৰ উদ্যোগত এই দিৱস পালন কৰা হয় ৷জি এন এম ট্ৰেইনিং চেণ্টাৰত এই উদ্দেশ্যে অনুষ্ঠিত সভাৰ সভাপতিত্ব কৰে স্বাস্থ্যবিভাগৰ যুটীয়া সঞ্চালক ডা° অৰুণচন্দ্ৰ মহন্তই ৷ মুখ্য অতিথিৰূপে দেৰগাৱৰ বিশিষ্ট সাহিত্যিক সুৰেন মোহন হাজৰিকা আৰু বোলচবি প্ৰযোজক দিনেশ গগৈয়ে অংশগ্ৰহণ কৰে ৷ বিশিষ্ট অতিথি ৰূপে জিলা সত্ৰ ও ন্যায়াধীশ নাৰায়ণ কুৰি ; প্ৰৱক্তা °লুকুমণি গোস্বামী ; তৰালী গগৈ ; লেখিকা অপৰাজিতা বৰুৱা ; নিলিমা ফুকন ; ডা°চুৰেন্দ্ৰ নাথ তামুলী উপস্থিত আছিল ৷ আমণ্তিত অতিথি সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোডীৰ সপোন "২০২৫ চনৰ ভিতৰত কিদৰে যক্ষ্মাৰোগ নিৰ্মুল কৰিব পাৰি” সিই বিষয়টোৰ ওপৰত ভাষণ দিয়ে ৷ সভাৰ মাজতেই বিশ্বৰ যক্ষ্মাৰোগৰ ভয়াবহতা“ বিষয়ক ৰচনাকৰা এখন বাটৰনাট প্ৰদৰ্শন কৰা হয় ৷ জিলা যক্ষ্মাৰোগ বিষয়া ডা°সুনিতা এক্কাই আতঁধৰা এই সমৰ্গ্ৰ অনুষ্ঠানৰ মাজতেই য্ক্ষ্মাৰ পৰা আৰোগ্য লাভকৰা দহ গৰাকী লোকক সম্বদ্ধনা জনোৱা হয় ৷ সভাৰ শেষত ডা° সুণিতা এক্কাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে ৷ ::::
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
24 March, 2021
নাগৰিকত্ব সংশোধনী আইন বাটিলৰ দাবীত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই বুধবাৰে ১১ ঘন্টীয়া অনশন কাৰ্যসূচী পালন
প্ৰকাশ শৰ্মা গোলাঘাট ৷
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
24 March, 2021
*লখিমপুৰ খেল* Date :- 24/3/21
## লখিমপুৰত নিৰ্বাচনী বতাহৰ মাজতে ফুকনহাট চৰাইমৰীয়াত বাৰ্ষিক অধিবেশনৰ।
## চৰাইমৰীয়া যুৱ সমাজৰ সৌজন্যত ৩৫ তম্ বাৰ্ষিক অধিবেশন খনি দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় চৰাইমৰীয়া খেল পথাৰত।
## বিভিন্ন ধৰণৰ খেল ধেমালি উপৰিও মঙ্গলবাৰে পুৱা ৫ বজাত মাৰাথান দৌ আৰু নিশালৈ নিমন্ত্ৰিত শিল্পী দ্বৰা সাংস্কৃতিক সন্ধ্যা আয়োজন কৰা হয়।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
23 March, 2021
মাটি নখন্দাকৈ ঘৰৰ কাষতে অতি সহজতে মীন পালন কৰিব পাৰি
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া