Wednesday, 24 March 2021

বসন্তৰ আগমনৰ আগজাননী বিৰিখৰ কঁহী পাতে আনিছে বহাগৰ বতৰা

 24 March, 2021


বসন্তৰ আগমনৰ আগজাননী  বিৰিখৰ কঁহী পাতে  আনিছে বহাগৰ বতৰা


বিহু বিহু লাগিছে অসমীয়াৰ মনত ৷ ডেকা গাভৰুও সাজু হৈছে বহাগক আদৰিবলৈ ৷ পৰম্পৰা ৰক্ষা কৰি মৰঙিৰ পংকা গাৱঁত সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ সহযোগত চ’ত মাহৰ দ্বিতীয় বুধবাৰ অৰ্থাৎ আজিৰ দিনটোত তৰাচিৰা বিহু উদযাপন কৰে ৷ মৰঙিৰ পংকা গাৱঁৰ সপ্তশ্বহীদ সমন্বয় ক্ষেত্ৰত বিভিন্ন কাৰ্যসুচীৰে তৰাচিৰা বিহু উদযাপন কৰাৰ লগতে ঠেঙাল কছাৰী জনজাতিৰ পৰম্পৰাগত সাংস্কৃতিক কাৰ্যসুচী অনুষ্ঠিত কৰে৷


কল্পনা ফুকনৰ  ৰিপৰ্ট গোলাঘাট ৷

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...