Tuesday, 23 March 2021

মাটি নখন্দাকৈ ঘৰৰ কাষতে অতি সহজতে মীন পালন কৰিব পাৰি

 23 March, 2021


মাটি নখন্দাকৈ ঘৰৰ কাষতে অতি সহজতে মীন পালন কৰিব পাৰি


৷ বায়ফ্লক্চ পদ্ধতিৰে কৰা এই মীনপালন এগৰাকী গৃহিনী বা বৃদ্ধাইও কৰি লাভান্বিত হব পাৰে ৷ এনে সহজ পদ্ধতিৰে মীন উৎপাদনকৰি  স্পষ্ট নিৰ্দৰ্শন দেখুৱাইছে গোলাঘাটৰ ঢ়েকীয়ালৰ নৱজ্যোতি শইকীয়া আৰু তেওৰ পত্নী লিপিকা দত্তই ৷ তেওলোকে চাৰে বাৰ ফুট এটা প্লাষ্টিকৰ টেংকীত প্ৰথমবাৰৰ বাবে ৬ হেজাৰ কাৱৈমাছৰ পোৱালী প্ৰতিপালন কৰি তিনি মাহত মাত্ৰ ৫৫ কিলো দানা খুৱাই মাছ বিক্ৰীৰে যথেষ্টখিনি সফলতাৰ মুখ দেখিলে ৷ :: 


প্ৰকাশ শৰ্মা গোলাঘাট

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...