Tuesday, 9 March 2021
গোলাঘাট জিলাত আজি ৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
Election Observer reaches Golaghat
गोलाघाट में मौजूद चुनाव पर्यवेक्षक
গোলাঘাটত উপস্থিত নিৰ্বাচনী পৰ্যবেক্ষক
Monday, 8 March 2021
লখিমপুৰ নমিনেচন
08 March, 2021
*লখিমপুৰ নমিনেচন
* Date :- 8/3/21
## সমাগত বিধান সভা নিৰ্বাচন।
## লখিমপুৰ সমষ্টি উপৰিও নাওবৈচা আৰু বিহপুৰীয়া সমষ্টি পৰাও বহু প্ৰাৰ্থীয়ে আজি লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যলয়ত মনোনয়ন প্ৰত্ৰ দাখিল কৰে।
## ইয়াৰে ভিতৰত লখিমপুৰ সমষ্টি পৰা বিজেপি মানৱ ডেকা, এজিপি উৎপল দত্ত উপৰিও আৰু বহু কেইজন লোক নিৰ্দলীয় হিচাপে মনোনয়ন প্ৰত্ৰ দাখিল কৰে।
## আনহাতে নাওঁবৈচা সমষ্টিৰ পৰা এজিপি জয়ন্ত খাওণ্ড আৰু বিহপুৰীয়া সমষ্টি পৰা ভূপেন বৰা লগতে বহু কেইজন নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্ৰ দাখিল কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
আন্তর্জাতিক মহিলা দিৱস
08 March, 2021
*আন্তর্জাতিক মহিলা দিৱস
* Date :- 8/3/21
আজি আন্তর্জাতিক নাৰী দিৱস উপলক্ষে লখিমপুৰ জিলাৰ নকাৰী মিলি জুলি মহিলা গোটৰ সৌজন্যত আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।
## উক্ত অনুষ্ঠানত সম্পাদিকা গৰাকীয়ে কয় যে, আজি আন্তর্জাতিক মহিলা দিৱস উপলক্ষে নকাৰী মিলি জুলি গোটৰ মহিলা সকলে আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰে।
## আজিৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি মহিলা সকলৰ বাবে এখনি খেল-ধেমালিৰ আয়োজন কৰা হয়।
## উক্ত খেলত প্ৰায় শতাধিক মহিলাই অংশগ্রহণ কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
গোলাঘাট জিলাৰ চাৰিটা সমষ্টিৰ বাবে আজি ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...