Monday, 8 March 2021

আন্তর্জাতিক মহিলা দিৱস

 08 March, 2021


*আন্তর্জাতিক মহিলা দিৱস


* Date :- 8/3/21


আজি আন্তর্জাতিক নাৰী দিৱস উপলক্ষে লখিমপুৰ জিলাৰ নকাৰী মিলি জুলি মহিলা গোটৰ সৌজন্যত আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।


## উক্ত অনুষ্ঠানত সম্পাদিকা গৰাকীয়ে কয় যে, আজি আন্তর্জাতিক মহিলা দিৱস উপলক্ষে নকাৰী মিলি জুলি গোটৰ মহিলা  সকলে  আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰে।


## আজিৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি মহিলা সকলৰ বাবে এখনি খেল-ধেমালিৰ আয়োজন কৰা হয়।


## উক্ত খেলত প্ৰায় শতাধিক মহিলাই অংশগ্রহণ কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...