08 March, 2021
গোলাঘাট জিলা নমিনেচন
৯৫ নং গোলাঘাট বিধালসভা সমষ্টিৰ আৰু ৯৬ নং খুমটাই বিধান সভা সমষ্টিৰ বাবে আজি কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ণপত্ৰ দাখিল কৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ গোলাঘাটৰ পাৰ্থী বিতোপন শইকীয়া আৰু ৯৬নং খুমটাইৰ পাৰ্থী বিস্মিতা গগৈয়ে নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়নপত্ৰ দাখিল কৰে কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ সৈতে হাতীৰ পিঠিত উঠি বিতোপনে মনোনয়নপত্ৰ দাখিল কৰে ৷ আনহাতে বিজেপিৰ প্ৰাৰ্থী অজন্তা নেওগে মনোনয়ন দাখিল কৰাৰ সময়ত সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই ৷
খুমটাই বিধান সভা সমষ্টিৰ আৰু AJP ৰ প্ৰাৰ্থী পৱন শইকীয়াই মনোনয়ন দাখিল কৰে।
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷