05 March, 2021
*লখিমপুৰ ৰাজনীতি* Date :- 5/3/21
## সমাগত বিধান সভা নিৰ্বাচন।
## ঠায়ে ঠায়ে প্ৰাৰ্থীত্ব কেন্দীক সংঘাত।
## এতিয়াও জল্পনা কল্পনা উৰ পৰা নাই।
## কোন দলে কাক টিকত দিব।
## ইতিমধ্যে দিছপুৰত বহু নেতা পালী নেতাই বাহাৰ পাতিছে।
## ১১১ নং লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা বিভিন্ন দলৰ কেইবাজনো প্ৰাৰ্থীয়ে টিকত বিছাৰি বাহাৰ পাতিছে দিছপুৰত।
## কি কংগ্ৰেছ, কি বিজেপি, কি এ জি পি।
## আনহাতে ১১১ নং লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা নেচেনেল পিয়োপিলচ প্ৰাটি ( NPP ) দলৰ হৈ টিকতৰ আশাত বাহাৰ পাতিছে বিশিষ্ট সমাজকৰ্মী দিপক শইকীয়া।
## দিপক শইকীয়াক NPP দলৰ পৰা টিকত পোৱা পিছতে নিজ সমষ্টিত গৈ কেনেদৰে ৰাইজৰ সহযোগত লখিমপুৰ সমষ্টি দখল কৰিব তাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি ৰাখিছে।
Byte :- ১) দিপক শইকীয়া
২) জিলা সভাপতি
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
No comments:
Post a Comment
Welcome Northeast News India