Saturday, 6 March 2021

06 March, 2021 গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত, দলীয় টিকট লাভ কৰা তিনি জন বিজেপি প্ৰাৰ্থীক বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান। ‌● অজন্তা নেওগে প্ৰতিদ্বন্দিতা কৰিব গোলাঘাট সমষ্টিৰ পৰা। ● মৃণাল শইকীয়াই প্ৰতিদ্বন্দিতা কৰিব খুমটাই সমষ্টিৰ পৰা। আৰু ● বিশ্বজিৎ ফুকন প্ৰতিদ্বন্দিতা কৰিব সৰুপথাৰ সমষ্টিৰ পৰা। সঞ্জীৱ কুমাৰ প্ৰজাপতি ৰ ৰিপৰ্ত ,নৰ্থইষ্ট নিউজ ইণ্ডিয়া

 06 March, 2021


গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত,  দলীয় টিকট লাভ কৰা তিনি জন বিজেপি প্ৰাৰ্থীক বিশেষ  সম্বৰ্দ্ধনা  অনুষ্ঠান। 

‌●  অজন্তা নেওগে প্ৰতিদ্বন্দিতা কৰিব গোলাঘাট সমষ্টিৰ পৰা। 

● মৃণাল শইকীয়াই প্ৰতিদ্বন্দিতা কৰিব খুমটাই সমষ্টিৰ পৰা। আৰু

● বিশ্বজিৎ ফুকন প্ৰতিদ্বন্দিতা কৰিব  সৰুপথাৰ সমষ্টিৰ পৰা। 



সঞ্জীৱ কুমাৰ প্ৰজাপতি ৰ ৰিপৰ্ত ,নৰ্থইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...