Sunday, 7 March 2021
গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ দ্বিতীয় দিনৰ প্ৰশিক্ষণ সম্পন্ন
Saturday, 6 March 2021
06 March, 2021 গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত, দলীয় টিকট লাভ কৰা তিনি জন বিজেপি প্ৰাৰ্থীক বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান। ● অজন্তা নেওগে প্ৰতিদ্বন্দিতা কৰিব গোলাঘাট সমষ্টিৰ পৰা। ● মৃণাল শইকীয়াই প্ৰতিদ্বন্দিতা কৰিব খুমটাই সমষ্টিৰ পৰা। আৰু ● বিশ্বজিৎ ফুকন প্ৰতিদ্বন্দিতা কৰিব সৰুপথাৰ সমষ্টিৰ পৰা। সঞ্জীৱ কুমাৰ প্ৰজাপতি ৰ ৰিপৰ্ত ,নৰ্থইষ্ট নিউজ ইণ্ডিয়া
06 March, 2021
গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত, দলীয় টিকট লাভ কৰা তিনি জন বিজেপি প্ৰাৰ্থীক বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান।
● অজন্তা নেওগে প্ৰতিদ্বন্দিতা কৰিব গোলাঘাট সমষ্টিৰ পৰা।
● মৃণাল শইকীয়াই প্ৰতিদ্বন্দিতা কৰিব খুমটাই সমষ্টিৰ পৰা। আৰু
● বিশ্বজিৎ ফুকন প্ৰতিদ্বন্দিতা কৰিব সৰুপথাৰ সমষ্টিৰ পৰা।
সঞ্জীৱ কুমাৰ প্ৰজাপতি ৰ ৰিপৰ্ত ,নৰ্থইষ্ট নিউজ ইণ্ডিয়া
06 March, 2021গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্নগোলাঘাট, ৬ মাৰ্চ। গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনৰ গোলাঘাট আৰু খুমটাই সমষ্টিৰ বাবে আজি গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়, হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয় আৰু বাণিজ্য মহাবিদ্যালয়ত প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন হয় । দেৱৰাজ ৰয় মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত উপস্থিত থাকি জিলা উপায়ুক্ত তথা গোলাঘাটৰ জিলা নিৰ্বাচনী বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে কয় যে নিৰ্বাচনত প্ৰিজাইডিং আৰু পলিং বিষয়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ সকলোকে দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায় । তেওঁ নিৰ্বাচনী কাম-কাজত জড়িত বিষয়া-কৰ্মচাৰীসকল যাতে ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰবাবে সকলোকে ডাক বেলটযোগে ভোট দিবলৈ পৰামৰ্শ আগবঢ়ায় । অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱাই কোৱিড-19ৰ নীতি-নিৰ্দেশনাসমূহৰ মাজেৰে সুকলমে নিৰ্বাচন সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে। বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত অতিৰিক্ত উপায়ুক্ত চুলতানা আখতাৰা আহমেদ আৰু সহকাৰী আয়ুক্ত অম্লান ফুকন তথা হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু নিৰ্বাচনী বিষয়া সুলক্ষণা বৰপাত্ৰগোঁহাই উপস্থিত আছিল। প্ৰশিক্ষণত সমষ্টি দুটাৰ ৪৮৬ টা ভোটগ্ৰহন কেন্দ্ৰত নিয়োজিত হ'বলগীয়া ৭১২ গৰাকী প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াৰ লগতে ভালেসংখ্যক প্ৰশিক্ষক, চেক্টৰ বিষয়া আৰু নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকল অংশ লয় । গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি
06 March, 2021 গোলাঘাটত বিতোপন শইকীয়াক বিপুল আদৰণি দীর্ঘদিন ধৰি বিজেপি দলত সেৱা আগবঢ়াই অহা একনিষ্ঠ নেতা বিতোপন শইকীয়াক বিধানসভা নিৰ্বাচনৰ শেষমুহূৰ্তত দলীয় পাৰ্থীত্বৰ পৰা বঞ্চিত কৰি ন-বিজেপি অজন্তা নেওগক গেৰুৱাদলৰ পৰা ৯৫নং গোলাঘাট সমষ্টিৰ পৰা প্ৰক্ষেপ কৰাৰ পিছত বিজেপি আৰু কংগ্ৰেছৰ কৰ্মী সকল আজি গোলাঘাটৰ ৰঙাজান তিনিআলিৰ পৰা বিতোপন শইকীয়াক জয়ধ্বনিৰে আদৰণী জনায় ৷অগনন লোকৰ সমাবেশেৰে গোলাঘাট চহৰত প্ৰবেশ বিতোপন শইকীয়াৰ ৷ গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা, কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷
06 March, 2021 গোলাঘাটত বিতোপন শইকীয়াক বিপুল আদৰণি
দীর্ঘদিন ধৰি বিজেপি দলত সেৱা আগবঢ়াই অহা একনিষ্ঠ নেতা বিতোপন শইকীয়াক বিধানসভা নিৰ্বাচনৰ শেষমুহূৰ্তত দলীয় পাৰ্থীত্বৰ পৰা বঞ্চিত কৰি ন-বিজেপি অজন্তা নেওগক গেৰুৱাদলৰ পৰা ৯৫নং গোলাঘাট সমষ্টিৰ পৰা প্ৰক্ষেপ কৰাৰ পিছত বিজেপি আৰু কংগ্ৰেছৰ কৰ্মী সকল আজি গোলাঘাটৰ ৰঙাজান তিনিআলিৰ পৰা বিতোপন শইকীয়াক জয়ধ্বনিৰে আদৰণী জনায় ৷অগনন লোকৰ সমাবেশেৰে গোলাঘাট চহৰত প্ৰবেশ বিতোপন শইকীয়াৰ ৷
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা, কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷
Friday, 5 March 2021
05 March, 2021 *লখিমপুৰ ৰাজনীতি* Date :- 5/3/21 ## সমাগত বিধান সভা নিৰ্বাচন। ## ঠায়ে ঠায়ে প্ৰাৰ্থীত্ব কেন্দীক সংঘাত। ## এতিয়াও জল্পনা কল্পনা উৰ পৰা নাই। ## কোন দলে কাক টিকত দিব। ## ইতিমধ্যে দিছপুৰত বহু নেতা পালী নেতাই বাহাৰ পাতিছে। ## ১১১ নং লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা বিভিন্ন দলৰ কেইবাজনো প্ৰাৰ্থীয়ে টিকত বিছাৰি বাহাৰ পাতিছে দিছপুৰত। ## কি কংগ্ৰেছ, কি বিজেপি, কি এ জি পি। ## আনহাতে ১১১ নং লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা নেচেনেল পিয়োপিলচ প্ৰাটি ( NPP ) দলৰ হৈ টিকতৰ আশাত বাহাৰ পাতিছে বিশিষ্ট সমাজকৰ্মী দিপক শইকীয়া। ## দিপক শইকীয়াক NPP দলৰ পৰা টিকত পোৱা পিছতে নিজ সমষ্টিত গৈ কেনেদৰে ৰাইজৰ সহযোগত লখিমপুৰ সমষ্টি দখল কৰিব তাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি ৰাখিছে। Byte :- ১) দিপক শইকীয়া ২) জিলা সভাপতি লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
05 March, 2021
*লখিমপুৰ ৰাজনীতি* Date :- 5/3/21
## সমাগত বিধান সভা নিৰ্বাচন।
## ঠায়ে ঠায়ে প্ৰাৰ্থীত্ব কেন্দীক সংঘাত।
## এতিয়াও জল্পনা কল্পনা উৰ পৰা নাই।
## কোন দলে কাক টিকত দিব।
## ইতিমধ্যে দিছপুৰত বহু নেতা পালী নেতাই বাহাৰ পাতিছে।
## ১১১ নং লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা বিভিন্ন দলৰ কেইবাজনো প্ৰাৰ্থীয়ে টিকত বিছাৰি বাহাৰ পাতিছে দিছপুৰত।
## কি কংগ্ৰেছ, কি বিজেপি, কি এ জি পি।
## আনহাতে ১১১ নং লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা নেচেনেল পিয়োপিলচ প্ৰাটি ( NPP ) দলৰ হৈ টিকতৰ আশাত বাহাৰ পাতিছে বিশিষ্ট সমাজকৰ্মী দিপক শইকীয়া।
## দিপক শইকীয়াক NPP দলৰ পৰা টিকত পোৱা পিছতে নিজ সমষ্টিত গৈ কেনেদৰে ৰাইজৰ সহযোগত লখিমপুৰ সমষ্টি দখল কৰিব তাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি ৰাখিছে।
Byte :- ১) দিপক শইকীয়া
২) জিলা সভাপতি
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
05 March, 2021সদৌ অসম চাহ জনজাতি ছাত্র সন্থা। গোলাঘাট শাখাৰ উদ্যোগত ১৯,২০,২১ মাৰ্চ, ২০২১ তিনি দিনিয়া কাৰ্যসূচীৰে পোৰাবাংলা খেলপথাৰত, ক্ৰিকেট প্ৰতিযোগিতা আয়োজন।গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি,নৰ্থইষ্ট নিউজ ইণ্ডিয়া
Thursday, 4 March 2021
04 March, 2021 *লখিমপুৰ জিকিৰ জাৰী* Date :- 4/3/21 ## লখিমপুৰ জিলা বিলতীয়া ডেকা ফকীৰ মাজাৰত নিশা আয়োজন কৰা হয় এক জিকিৰ জাৰী অনুষ্ঠানৰ। ## বিগত বৰ্ষ দৰে এইবাৰো নিমন্ত্ৰিত শিল্পী দ্বাৰা জিকিৰ জাৰী পৰিবেশন কৰা হয়। ## ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত, স্বৰ্ণপদকপ্ৰাপ্ত বিশিষ্ট চিকিৎচক তথা জিকিৰ জাৰী শিল্পী ডাঃ আবু তাহেৰ আহমেদৰ নেতৃত্বত সমন্ময় সাংস্কৃতিক গোষ্ঠীয়ে উৰে নিশা জিকিৰ জাৰী পৰিবেশন কৰে। ## এই অনুষ্ঠানৰ মুল উদ্দেশ্য হৈছে সমাজৰ পৰা কু-ব্যাধি আৰু অপ-সংস্কৃতি দুৰ কৰি সমাজখনক একগোট কৰি সমন্বয় এনাজৰীৰে বান্ধি ৰখাৰ। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
04 March, 2021
*লখিমপুৰ জিকিৰ জাৰী* Date :- 4/3/21
## লখিমপুৰ জিলা বিলতীয়া ডেকা ফকীৰ মাজাৰত নিশা আয়োজন কৰা হয় এক জিকিৰ জাৰী অনুষ্ঠানৰ।
## বিগত বৰ্ষ দৰে এইবাৰো নিমন্ত্ৰিত শিল্পী দ্বাৰা জিকিৰ জাৰী পৰিবেশন কৰা হয়।
## ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত, স্বৰ্ণপদকপ্ৰাপ্ত বিশিষ্ট চিকিৎচক তথা জিকিৰ জাৰী শিল্পী ডাঃ আবু তাহেৰ আহমেদৰ নেতৃত্বত সমন্ময় সাংস্কৃতিক গোষ্ঠীয়ে উৰে নিশা জিকিৰ জাৰী পৰিবেশন কৰে।
## এই অনুষ্ঠানৰ মুল উদ্দেশ্য হৈছে সমাজৰ পৰা কু-ব্যাধি আৰু অপ-সংস্কৃতি দুৰ কৰি সমাজখনক একগোট কৰি সমন্বয় এনাজৰীৰে বান্ধি ৰখাৰ।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...