Friday, 19 February 2021

19 February, 2021 *আছু অৱস্থান ধৰ্মঘট* Date :- 19/2/21 ## সদৌ অসম ছাত্ৰ সন্থাৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে আজি ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ## জনসাধাৰণৰ অতি প্ৰয়োজনীয় সামগ্ৰীকে ধৰি ৰন্ধন গেছ, পেট্ৰল, ডিজেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি ৰোধত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ চুড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত শ্বহীদ বেদী কাষত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। ## সন্মূখত আলু,পিয়াজ, দালি,তেল আদি উপৰিও ৰন্ধন গেছৰ চিলিণ্ডাৰৰ উপৰত সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি য'ত লিখা আছে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাটো মোৰ চৰম ব্যৰ্থতা। লখমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 19 February, 2021


*আছু অৱস্থান ধৰ্মঘট* Date :- 19/2/21


## সদৌ অসম ছাত্ৰ সন্থাৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে আজি ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।


## জনসাধাৰণৰ অতি প্ৰয়োজনীয় সামগ্ৰীকে ধৰি ৰন্ধন গেছ, পেট্ৰল, ডিজেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি ৰোধত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ চুড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত শ্বহীদ বেদী কাষত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।


## সন্মূখত আলু,পিয়াজ, দালি,তেল আদি উপৰিও ৰন্ধন গেছৰ চিলিণ্ডাৰৰ উপৰত সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি য'ত লিখা আছে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাটো মোৰ চৰম ব্যৰ্থতা।



লখমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Thursday, 18 February 2021

18 February, 2021 *লখিমপুৰ আমছু* Date :- 18/2/21 ## ১৯৮৩ চনত নেলীত সংঘটিত হোৱা হত্যা কাণ্ডক তীব্ৰ গঢ়িহনা দি আজি এই দিনটোতে লখিমপুৰ জিলাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সমিতি উদ্যোগত গণ হত্যাৰ প্ৰতিবাদত কলা বেজ পৰিধান কৰি কলা দিৱস পলন কৰে। ## বাটৰ বাটৰোৱা সকলক কলা বেজ পৰিধান কৰোৱাই ৮৩ চনৰ নেলী হত্যা কাণ্ড বিষয়ে অৱগত কৰে আমছুৱে। ## লখিমপুৰ টাউন বান্তৌত আমছু কৰ্মকৰ্তা সকলে নেলী হত্যা কাণ্ডক উচ্চিত তদন্ত কৰি দুখিক উচ্চিত শাস্তি প্ৰদানৰ দাবী কৰে আমছুৱে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 18 February, 2021


*লখিমপুৰ আমছু* Date :- 18/2/21


## ১৯৮৩ চনত নেলীত সংঘটিত হোৱা হত্যা কাণ্ডক তীব্ৰ গঢ়িহনা দি আজি এই দিনটোতে লখিমপুৰ জিলাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সমিতি উদ্যোগত গণ হত্যাৰ প্ৰতিবাদত কলা বেজ পৰিধান কৰি কলা দিৱস পলন কৰে।


## বাটৰ বাটৰোৱা সকলক কলা বেজ পৰিধান কৰোৱাই ৮৩ চনৰ নেলী হত্যা কাণ্ড বিষয়ে অৱগত কৰে আমছুৱে।


## লখিমপুৰ টাউন বান্তৌত আমছু কৰ্মকৰ্তা সকলে নেলী হত্যা কাণ্ডক উচ্চিত তদন্ত কৰি দুখিক উচ্চিত শাস্তি প্ৰদানৰ দাবী কৰে আমছুৱে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


18 February, 2021জিলা শিশু সুৰক্ষা সমিতি আৰু শিশু কল্যান সমিতিৰ পৰ্যালোচনা বৈঠক সম্পন্ন গোলাঘাট জিলাৰ উপায়ুক্তৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা শিশু সুৰক্ষা সমিতি আৰু শিশু কল্যান সমিতিৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়। এই বৈঠকত অংশ কৰি জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে শিশুৰ বিৰুদ্ধে হৈ থকা অপৰাধমূলক ঘটনা ৰোধ তথা শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত ৰাইজক সজাগ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে শিশু শ্ৰমিক উদ্ধাৰৰ ক্ষেত্ৰত জিলা কৰ্মবাহিনীয়ে আৰু অধিক সক্ৰিয়তাৰে কাম কৰিব লাগিব। সভাত শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ ডঃ লুকুমনি গোস্বামীয়ে কয় যে বৰ্তমান ১৭ টি শিশু সমিতিৰ তত্বাৱধানত আছে। বিগত বৰ্ষৰ পৰা সমিতিয়ে লাভ কৰা ৯৪ টা গোচৰৰ ভিতৰত ৭৭টাই মীমাংসিত হৈছে বুলি তেওঁ উল্লেখ কৰে । বৈঠকত অংশ লৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাৰায়ণ কুৰীয়ে ভুক্তভোগী শিশুৰ বাবে স্পেচিয়েল হোম প্ৰতিমাহে বিষয়া-কৰ্মচাৰীৰ দ্বাৰা ক্ষেত্ৰ পৰিদৰ্শন মেপিং আদি বিষয়ত গুৰুত্ব আৰোপ কৰে। ইয়াৰ পূৰ্বে জিলা শিশু সুৰক্ষা বিষয়া বিকাশ ৰঞ্জন কোঁৱৰে সমিতিৰ কাৰ্যাৱলীৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেচাৰকে ধৰি জিলা প্ৰশাসনৰ ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত আছিল। গোলাঘাট পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

18 February, 2021

জিলা শিশু সুৰক্ষা সমিতি আৰু শিশু কল্যান সমিতিৰ পৰ্যালোচনা বৈঠক সম্পন্ন

 
গোলাঘাট জিলাৰ উপায়ুক্তৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা শিশু সুৰক্ষা সমিতি আৰু শিশু কল্যান সমিতিৰ এখন পৰ্যালোচনা বৈঠক  অনুষ্ঠিত কৰা হয়। এই বৈঠকত অংশ কৰি জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে শিশুৰ বিৰুদ্ধে হৈ থকা অপৰাধমূলক ঘটনা ৰোধ তথা শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত ৰাইজক সজাগ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে শিশু শ্ৰমিক উদ্ধাৰৰ ক্ষেত্ৰত জিলা কৰ্মবাহিনীয়ে আৰু অধিক সক্ৰিয়তাৰে কাম কৰিব লাগিব। সভাত শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ ডঃ লুকুমনি গোস্বামীয়ে কয় যে বৰ্তমান ১৭ টি শিশু সমিতিৰ তত্বাৱধানত আছে। বিগত বৰ্ষৰ পৰা সমিতিয়ে লাভ কৰা ৯৪ টা গোচৰৰ ভিতৰত ৭৭টাই মীমাংসিত হৈছে বুলি তেওঁ উল্লেখ কৰে । বৈঠকত অংশ লৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাৰায়ণ কুৰীয়ে ভুক্তভোগী শিশুৰ বাবে স্পেচিয়েল হোম প্ৰতিমাহে বিষয়া-কৰ্মচাৰীৰ দ্বাৰা ক্ষেত্ৰ পৰিদৰ্শন মেপিং আদি বিষয়ত গুৰুত্ব আৰোপ কৰে। ইয়াৰ পূৰ্বে জিলা শিশু সুৰক্ষা বিষয়া বিকাশ ৰঞ্জন কোঁৱৰে সমিতিৰ কাৰ্যাৱলীৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেচাৰকে ধৰি জিলা প্ৰশাসনৰ ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত আছিল।

 গোলাঘাট পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

18 February, 2021 *লখিমপুৰৰ ছাত্ৰী প্ৰতিবাদ* Date :- 18/2/21 ## এইবাৰ লখিমপুৰত মেধাবী ছাত্ৰী প্ৰতিবাদ। ## স্কুটি আমাকো দিব লাগিব, আমিও প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হৈছো। ## অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্কুটি দিম বুলি ঘোষণা কৰা পাছতে এতিয়া কেউফালে প্ৰতিবাদৰ ঢৌ। ## কাৰণ একাংশ ছাত্ৰীয়ে নাই পোৱা এই স্কুটি। ## আজি লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যালয়ৰ সমীপত হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি গৌ বেগ আদি শ্বো'ল গানে পৰিবেশ উত্তাল কৰি তুলে। ## এই ছাত্ৰী সকলক যদি চৰকাৰে স্কুটি প্ৰদৰ নকৰে তেন্তে আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ শুংকাৰ প্ৰদাৰ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


 18 February, 2021


*লখিমপুৰৰ ছাত্ৰী প্ৰতিবাদ* Date :- 18/2/21


## এইবাৰ লখিমপুৰত মেধাবী ছাত্ৰী প্ৰতিবাদ।


## স্কুটি আমাকো দিব লাগিব, আমিও প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হৈছো।


## অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্কুটি দিম বুলি ঘোষণা কৰা পাছতে এতিয়া কেউফালে প্ৰতিবাদৰ ঢৌ।


## কাৰণ একাংশ ছাত্ৰীয়ে নাই পোৱা এই স্কুটি।


## আজি লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যালয়ৰ সমীপত হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি গৌ বেগ আদি শ্বো'ল গানে পৰিবেশ উত্তাল কৰি তুলে।


## এই ছাত্ৰী সকলক যদি চৰকাৰে স্কুটি প্ৰদৰ নকৰে তেন্তে আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ শুংকাৰ প্ৰদাৰ কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

18 February, 2021 *চাহ জনজাতি প্ৰতিবাদ* Date :- 18/2/21 ## অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট। ## লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত লখিমপুৰ জিলা সমিতি উদ্যোগত ধকুৱাখনা, লখিমপুৰ, নাওবৈচা আৰু বিহপুৰীয়া সমিতিয়ে আজি ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। ## চাহ জনজাতি ছাত্ৰ সন্থা দীঘদিনীয়া দাবী, চাহ জনগোষ্ঠীক জনজাতিকৰণ, মাটি পট্টা প্ৰদান আৰু দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা আদি দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ## এই দাবীসমূহ চৰকাৰে অনতি পলমে মানি নললে ভোট বৰ্জনৰ শুংকাৰ প্ৰদাৰ কৰে সংগঠনটোৱে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 18 February, 2021


*চাহ জনজাতি প্ৰতিবাদ* Date :- 18/2/21


## অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট।


## লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত লখিমপুৰ জিলা সমিতি উদ্যোগত ধকুৱাখনা, লখিমপুৰ, নাওবৈচা আৰু বিহপুৰীয়া সমিতিয়ে আজি ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।


## চাহ জনজাতি ছাত্ৰ সন্থা দীঘদিনীয়া দাবী, চাহ জনগোষ্ঠীক জনজাতিকৰণ, মাটি পট্টা প্ৰদান আৰু দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা আদি দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।


## এই দাবীসমূহ চৰকাৰে অনতি পলমে মানি নললে ভোট বৰ্জনৰ শুংকাৰ প্ৰদাৰ কৰে সংগঠনটোৱে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Wednesday, 17 February 2021

17 February, 2021 ৩২ তম ৰাষ্ট্ৰীয় পথ নিৰাপত্তা মাহ বুধবাৰে সামৰণি পৰে ৷ ৰাজ্যখনৰ বিভিন্ন পৰিবহন বিভাগৰ সামান্তৰালভাবে গোৱালপাৰা জিলা পৰিবহন বিভাগে বুধবাৰে দিনজোৰা কায্যসূচী ৰূপায়ণ কৰে ৷ পুৱা গোৱালপাৰা কলেজৰ পৰা উলিওৱা সজাগতামূলক সমদলটোৰ ফ্লেগঅফ কৰে আৰক্ষীঅধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ৷ ৩০০ ছাত্ৰছাত্ৰী; NCC ক্ৰেডাৰ আৰু ৰাইজৰ সহযোগত উলিওৱা সমদলটোৰ পিছত গুৱালপাৰা কলেজৰ অধ্যক্ষ সুভাষ বৰ্মনৰ সভাপতিত্বত সামৰণি সভাখন অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথিৰ ভাষণ দিয়ে জীতেন দাসে ৷জিলা পৰিবহণ বিভাগৰ MVI পৱন ঠাকুৰীয়া ; এনফ’ৰ্চমেণ্টৰ বিষয়া ;কৰ্মচাৰীৰ লগতে কায্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়োৱা এই মাহজোৰা কায্যসূচীৰ তদাৰক কৰে ডিটিঅ মনোজ কুমাৰ চৌধুৰীয়ে ৷ প্ৰকাশ শৰ্মা নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 17 February, 2021


৩২ তম ৰাষ্ট্ৰীয় পথ নিৰাপত্তা মাহ বুধবাৰে সামৰণি পৰে ৷ ৰাজ্যখনৰ বিভিন্ন পৰিবহন বিভাগৰ সামান্তৰালভাবে গোৱালপাৰা জিলা পৰিবহন বিভাগে বুধবাৰে দিনজোৰা কায্যসূচী ৰূপায়ণ কৰে ৷ পুৱা গোৱালপাৰা কলেজৰ পৰা উলিওৱা সজাগতামূলক সমদলটোৰ ফ্লেগঅফ কৰে আৰক্ষীঅধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ৷ ৩০০ ছাত্ৰছাত্ৰী; NCC ক্ৰেডাৰ আৰু ৰাইজৰ সহযোগত উলিওৱা সমদলটোৰ পিছত গুৱালপাৰা কলেজৰ অধ্যক্ষ সুভাষ বৰ্মনৰ সভাপতিত্বত সামৰণি সভাখন অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথিৰ ভাষণ দিয়ে জীতেন দাসে ৷জিলা পৰিবহণ বিভাগৰ MVI পৱন ঠাকুৰীয়া ; এনফ’ৰ্চমেণ্টৰ বিষয়া ;কৰ্মচাৰীৰ লগতে কায্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়োৱা এই মাহজোৰা কায্যসূচীৰ তদাৰক কৰে ডিটিঅ মনোজ কুমাৰ চৌধুৰীয়ে ৷


প্ৰকাশ শৰ্মা  নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


গোলাঘাট জিলা পৰিবহণ বিভাগে বুধবাৰে ৩২ তম ৰাষ্ট্ৰীয় পথ নিৰাপত্তা মাহৰ সামৰণি পেলায় ৷ গোলাঘাটৰ পাব্লিক বাছ আস্থানত অনুষ্ঠিত সভাখনৰ সভাপতিত্ব কৰে পূৰ্ণ ৰাজখোৱাই ৷ অজয় ভড়ালীয়ে আতধৰা সভাত । সভাত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে ৷ সভাত সাংবাদিক প্ৰকাশ শৰ্মাই উদাহৰণ সহ কয়যে স্প্ৰীড ব্ৰেকাৰে মানুহৰ জীৱন ৰক্ষা নকৰে বৰং স্প্ৰীড ব্ৰেকাৰে মানুহৰ প্ৰাণ হৰণহে কৰিছে ৷ এই সভাতেই মাৰাথান ; চিত্ৰাংকন আৰু শ্লগান প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ অৱশ্যে বিভাগৰ খামখেয়ালীৰ বাবে জামুগুৰীৰ পৰা অহা একাংশ প্ৰতিযোগীয়ে পুৰস্কাৰৰ পৰা বঞ্চিত হ’ল ৷ বঞ্চিত সকলক বিদ্যালয়তে পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিববুলি ডিটিঅ’ দিব্যজ্যোতি কাৰ্জিয়ে আশ্বাস দিয়ে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট

 গোলাঘাট জিলা পৰিবহণ বিভাগে বুধবাৰে ৩২ তম

 ৰাষ্ট্ৰীয় পথ নিৰাপত্তা মাহৰ সামৰণি পেলায় ৷ গোলাঘাটৰ পাব্লিক বাছ আস্থানত অনুষ্ঠিত সভাখনৰ সভাপতিত্ব কৰে পূৰ্ণ ৰাজখোৱাই ৷  অজয় ভড়ালীয়ে আতধৰা সভাত । 

 সভাত কেইবাজনো  বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে ৷ সভাত সাংবাদিক প্ৰকাশ শৰ্মাই উদাহৰণ সহ কয়যে স্প্ৰীড ব্ৰেকাৰে মানুহৰ জীৱন ৰক্ষা নকৰে বৰং স্প্ৰীড ব্ৰেকাৰে মানুহৰ প্ৰাণ হৰণহে কৰিছে ৷ এই সভাতেই মাৰাথান ; চিত্ৰাংকন আৰু শ্লগান প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ অৱশ্যে বিভাগৰ খামখেয়ালীৰ বাবে জামুগুৰীৰ পৰা অহা একাংশ প্ৰতিযোগীয়ে পুৰস্কাৰৰ পৰা বঞ্চিত হ’ল ৷ বঞ্চিত সকলক বিদ্যালয়তে পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিববুলি ডিটিঅ’ দিব্যজ্যোতি কাৰ্জিয়ে আশ্বাস দিয়ে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...