Thursday, 18 February 2021

18 February, 2021 *লখিমপুৰ আমছু* Date :- 18/2/21 ## ১৯৮৩ চনত নেলীত সংঘটিত হোৱা হত্যা কাণ্ডক তীব্ৰ গঢ়িহনা দি আজি এই দিনটোতে লখিমপুৰ জিলাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সমিতি উদ্যোগত গণ হত্যাৰ প্ৰতিবাদত কলা বেজ পৰিধান কৰি কলা দিৱস পলন কৰে। ## বাটৰ বাটৰোৱা সকলক কলা বেজ পৰিধান কৰোৱাই ৮৩ চনৰ নেলী হত্যা কাণ্ড বিষয়ে অৱগত কৰে আমছুৱে। ## লখিমপুৰ টাউন বান্তৌত আমছু কৰ্মকৰ্তা সকলে নেলী হত্যা কাণ্ডক উচ্চিত তদন্ত কৰি দুখিক উচ্চিত শাস্তি প্ৰদানৰ দাবী কৰে আমছুৱে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 18 February, 2021


*লখিমপুৰ আমছু* Date :- 18/2/21


## ১৯৮৩ চনত নেলীত সংঘটিত হোৱা হত্যা কাণ্ডক তীব্ৰ গঢ়িহনা দি আজি এই দিনটোতে লখিমপুৰ জিলাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সমিতি উদ্যোগত গণ হত্যাৰ প্ৰতিবাদত কলা বেজ পৰিধান কৰি কলা দিৱস পলন কৰে।


## বাটৰ বাটৰোৱা সকলক কলা বেজ পৰিধান কৰোৱাই ৮৩ চনৰ নেলী হত্যা কাণ্ড বিষয়ে অৱগত কৰে আমছুৱে।


## লখিমপুৰ টাউন বান্তৌত আমছু কৰ্মকৰ্তা সকলে নেলী হত্যা কাণ্ডক উচ্চিত তদন্ত কৰি দুখিক উচ্চিত শাস্তি প্ৰদানৰ দাবী কৰে আমছুৱে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...