Thursday, 18 February 2021

18 February, 2021 *লখিমপুৰৰ ছাত্ৰী প্ৰতিবাদ* Date :- 18/2/21 ## এইবাৰ লখিমপুৰত মেধাবী ছাত্ৰী প্ৰতিবাদ। ## স্কুটি আমাকো দিব লাগিব, আমিও প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হৈছো। ## অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্কুটি দিম বুলি ঘোষণা কৰা পাছতে এতিয়া কেউফালে প্ৰতিবাদৰ ঢৌ। ## কাৰণ একাংশ ছাত্ৰীয়ে নাই পোৱা এই স্কুটি। ## আজি লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যালয়ৰ সমীপত হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি গৌ বেগ আদি শ্বো'ল গানে পৰিবেশ উত্তাল কৰি তুলে। ## এই ছাত্ৰী সকলক যদি চৰকাৰে স্কুটি প্ৰদৰ নকৰে তেন্তে আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ শুংকাৰ প্ৰদাৰ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


 18 February, 2021


*লখিমপুৰৰ ছাত্ৰী প্ৰতিবাদ* Date :- 18/2/21


## এইবাৰ লখিমপুৰত মেধাবী ছাত্ৰী প্ৰতিবাদ।


## স্কুটি আমাকো দিব লাগিব, আমিও প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হৈছো।


## অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্কুটি দিম বুলি ঘোষণা কৰা পাছতে এতিয়া কেউফালে প্ৰতিবাদৰ ঢৌ।


## কাৰণ একাংশ ছাত্ৰীয়ে নাই পোৱা এই স্কুটি।


## আজি লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যালয়ৰ সমীপত হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি গৌ বেগ আদি শ্বো'ল গানে পৰিবেশ উত্তাল কৰি তুলে।


## এই ছাত্ৰী সকলক যদি চৰকাৰে স্কুটি প্ৰদৰ নকৰে তেন্তে আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ শুংকাৰ প্ৰদাৰ কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...