Wednesday, 17 February 2021

17 February, 2021 ৩২ তম ৰাষ্ট্ৰীয় পথ নিৰাপত্তা মাহ বুধবাৰে সামৰণি পৰে ৷ ৰাজ্যখনৰ বিভিন্ন পৰিবহন বিভাগৰ সামান্তৰালভাবে গোৱালপাৰা জিলা পৰিবহন বিভাগে বুধবাৰে দিনজোৰা কায্যসূচী ৰূপায়ণ কৰে ৷ পুৱা গোৱালপাৰা কলেজৰ পৰা উলিওৱা সজাগতামূলক সমদলটোৰ ফ্লেগঅফ কৰে আৰক্ষীঅধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ৷ ৩০০ ছাত্ৰছাত্ৰী; NCC ক্ৰেডাৰ আৰু ৰাইজৰ সহযোগত উলিওৱা সমদলটোৰ পিছত গুৱালপাৰা কলেজৰ অধ্যক্ষ সুভাষ বৰ্মনৰ সভাপতিত্বত সামৰণি সভাখন অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথিৰ ভাষণ দিয়ে জীতেন দাসে ৷জিলা পৰিবহণ বিভাগৰ MVI পৱন ঠাকুৰীয়া ; এনফ’ৰ্চমেণ্টৰ বিষয়া ;কৰ্মচাৰীৰ লগতে কায্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়োৱা এই মাহজোৰা কায্যসূচীৰ তদাৰক কৰে ডিটিঅ মনোজ কুমাৰ চৌধুৰীয়ে ৷ প্ৰকাশ শৰ্মা নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 17 February, 2021


৩২ তম ৰাষ্ট্ৰীয় পথ নিৰাপত্তা মাহ বুধবাৰে সামৰণি পৰে ৷ ৰাজ্যখনৰ বিভিন্ন পৰিবহন বিভাগৰ সামান্তৰালভাবে গোৱালপাৰা জিলা পৰিবহন বিভাগে বুধবাৰে দিনজোৰা কায্যসূচী ৰূপায়ণ কৰে ৷ পুৱা গোৱালপাৰা কলেজৰ পৰা উলিওৱা সজাগতামূলক সমদলটোৰ ফ্লেগঅফ কৰে আৰক্ষীঅধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ৷ ৩০০ ছাত্ৰছাত্ৰী; NCC ক্ৰেডাৰ আৰু ৰাইজৰ সহযোগত উলিওৱা সমদলটোৰ পিছত গুৱালপাৰা কলেজৰ অধ্যক্ষ সুভাষ বৰ্মনৰ সভাপতিত্বত সামৰণি সভাখন অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথিৰ ভাষণ দিয়ে জীতেন দাসে ৷জিলা পৰিবহণ বিভাগৰ MVI পৱন ঠাকুৰীয়া ; এনফ’ৰ্চমেণ্টৰ বিষয়া ;কৰ্মচাৰীৰ লগতে কায্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়োৱা এই মাহজোৰা কায্যসূচীৰ তদাৰক কৰে ডিটিঅ মনোজ কুমাৰ চৌধুৰীয়ে ৷


প্ৰকাশ শৰ্মা  নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...