Saturday, 30 January 2021

30 January, 2021 *চুতীয়া ছাত্ৰ সন্থা অধিবেশন লখিমপুৰ* Date :- 30/1/21 ##ভাৰতবৰ্ষৰ ভিতৰত অসমীয়া জাতি জিলিকি থাকিবলৈ হলে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী শক্তিশালী হবই লাগিব। ## ইয়াৰ বাবে নৱ প্ৰজন্মই শিক্ষা দীক্ষাৰে নিজক প্ৰতিষ্ঠা কৰি সমাজক আগুৱাই নিব লাগিব। ##লখিমপুৰৰ বগীনদীৰ চুতীয়া ছাত্র সন্হাৰ অধিবেশন থলীৰ পৰা মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল ৰ আহ্বান। ##ৰাজ্য চৰকাৰ খনে ৰাজনীতি নকৰি প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়ন ৰ হকে কাম কৰা বুলি ঘোষণা মুখ্যমন্ত্রী। ##ৰাজ্যত সতী সাধনী বিশ্ব বিদ্যা লয় স্হাপন নিশ্চিত বুলি সগৌৰৱে ঘোষণা কৰে মূখ্যমন্ত্ৰীয়ে। ##মুখ্যমন্তীৰ সৈতে অধিবেশনৰ মুকলি সভাত মন্ত্রী অতুল বৰা, নৱ দলে, সাংসদ প্ৰদান বৰুৱা কে ধৰি ভালেখিনি ৰাজনৈতিক নেতাই অংশ গ্ৰহণ কৰে। ## ইয়াৰ পাছতে মূখ্য মন্ত্ৰীয়ে লখিমপুৰত আৰু তিনিটা কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 30 January, 2021


*চুতীয়া ছাত্ৰ সন্থা অধিবেশন লখিমপুৰ* Date :- 30/1/21


##ভাৰতবৰ্ষৰ ভিতৰত অসমীয়া জাতি জিলিকি থাকিবলৈ হলে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী শক্তিশালী হবই লাগিব।


## ইয়াৰ বাবে নৱ প্ৰজন্মই শিক্ষা দীক্ষাৰে নিজক প্ৰতিষ্ঠা কৰি সমাজক  আগুৱাই নিব লাগিব।


##লখিমপুৰৰ বগীনদীৰ চুতীয়া ছাত্র সন্হাৰ  অধিবেশন থলীৰ পৰা মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল ৰ আহ্বান।


##ৰাজ্য চৰকাৰ খনে ৰাজনীতি নকৰি প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়ন ৰ হকে কাম কৰা বুলি ঘোষণা মুখ্যমন্ত্রী।


##ৰাজ্যত সতী সাধনী বিশ্ব বিদ্যা লয় স্হাপন নিশ্চিত বুলি সগৌৰৱে ঘোষণা কৰে মূখ্যমন্ত্ৰীয়ে।


##মুখ্যমন্তীৰ সৈতে অধিবেশনৰ মুকলি সভাত মন্ত্রী অতুল বৰা, নৱ দলে, সাংসদ প্ৰদান বৰুৱা কে ধৰি ভালেখিনি ৰাজনৈতিক নেতাই অংশ গ্ৰহণ কৰে।


## ইয়াৰ পাছতে মূখ্য মন্ত্ৰীয়ে লখিমপুৰত আৰু তিনিটা কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Friday, 29 January 2021

29 January, 2021 গোলাঘাটৰ কমাৰবন্ধাত সদৌ অসম ভিত্তিত আয়োজন কৰা হৈছে টেনিছবল ক্ৰীকেট বল প্ৰতিযোগিতা ৷ ৰজনাখাট জ্যোতিৰূপা যুৱক সংঘ আৰু পুথিভড়াল হাৰ্বচ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত প্ৰাইজ মণি দিবা নৈশ ক্ৰিকেট বল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷৬;৭ আৰু ৮ ফ্ৰেব্ৰুৱাৰীত চত্ৰধৰ দাস খেলপথাৰত অনুষ্ঠিত হবলগা এই প্ৰতিযোগিতাত উপস্থিত থাকিবৰ বাবে ৰাইজলৈ আহ্বান জনাইছে আয়োজক সকলে ৷--------- কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 29 January, 2021


গোলাঘাটৰ কমাৰবন্ধাত সদৌ অসম ভিত্তিত আয়োজন কৰা হৈছে টেনিছবল ক্ৰীকেট বল প্ৰতিযোগিতা ৷

ৰজনাখাট জ্যোতিৰূপা যুৱক সংঘ আৰু পুথিভড়াল হাৰ্বচ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত প্ৰাইজ মণি দিবা নৈশ ক্ৰিকেট বল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷৬;৭ আৰু ৮ ফ্ৰেব্ৰুৱাৰীত চত্ৰধৰ দাস খেলপথাৰত অনুষ্ঠিত হবলগা এই প্ৰতিযোগিতাত উপস্থিত থাকিবৰ বাবে ৰাইজলৈ আহ্বান জনাইছে আয়োজক সকলে ৷---------


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


Thursday, 28 January 2021

28 January, 2021 *লখিমপুৰ সংবাদমেল* Date :- 28/1/21 ## আজি লখিমপুৰ জিলা স্বাস্থ্য বিভাগে এক সংবাদমেল যোগেৰে জানিবলৈ দিয়ে যে অহা ৩১ জানুৱাৰীত সমগ্ৰ ৰাজ্য লগতে লখিমপুৰতো পালচ্‌ পলিঅ প্ৰতিষেধক প্ৰদান কৰা হব। ## এই সংবাদমেলত উপষ্টিত থাকে জিলা প্ৰতিষেধক বিষয়া ডা° গুণিন কুমাৰ গগৈ আৰু জিলা সম্পহাৰণ আৰু মাধ্যম বিষয়া ডা° মাধৱ চন্দ্ৰ ফুকন। ## প্ৰথম পৰ্য্যায়ত জিলখনত ৯১০ টা বোথে এই পলিঅ কাম কৰিব। ## জিলাখনত ০ পৰা ৫ বছৰৰ মূঠ ১৫১১১৯ টা শিশুক এই পলিঅ প্ৰতিষেধক প্ৰদান কৰা হব। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 28 January, 2021



*লখিমপুৰ সংবাদমেল* Date :- 28/1/21


## আজি লখিমপুৰ জিলা স্বাস্থ্য বিভাগে এক সংবাদমেল যোগেৰে জানিবলৈ দিয়ে যে অহা ৩১ জানুৱাৰীত সমগ্ৰ ৰাজ্য লগতে লখিমপুৰতো পালচ্‌ পলিঅ প্ৰতিষেধক প্ৰদান কৰা হব।


## এই সংবাদমেলত উপষ্টিত থাকে জিলা প্ৰতিষেধক বিষয়া ডা° গুণিন কুমাৰ গগৈ আৰু জিলা সম্পহাৰণ আৰু মাধ্যম বিষয়া ডা° মাধৱ চন্দ্ৰ ফুকন।


## প্ৰথম পৰ্য্যায়ত জিলখনত ৯১০ টা বোথে এই পলিঅ কাম কৰিব।


## জিলাখনত ০ পৰা ৫ বছৰৰ মূঠ ১৫১১১৯ টা শিশুক এই পলিঅ প্ৰতিষেধক প্ৰদান কৰা হব।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


28 January, 2021 Golaghat ACMS Protest.. চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল গোলাঘাট। প্ৰাপ্য অধিকাৰৰ দাবীত বিশাল প্ৰতিবাদী কাৰ্যসূচী । অসম চাহ মজদুৰ সংঘৰ উদ্যোগত গোলাঘাট,যোৰহাট আৰু নগাওঁ জিলাৰ কেইবা সহস্ৰাধিক চাহ শ্ৰমিক লোকে প্ৰতিবাদী কায্যসূচী গ্ৰহণ কৰি চৰকাৰে চাহ শ্ৰমিকক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে গৰজি উঠে । ৮ ফেব্ৰুৱাৰীত দিছপুৰ কপাব একলাখ চাহ শ্ৰমিকে । ঘোষণা কৰিলে চাহ মজদুৰ সংঘ‌ই । চাহ শ্ৰমিকৰ প্ৰাপ্য অধিকাৰৰ দাবীত দিছপুৰত চৰকাৰৰ বৰঘৰ কপাব ৰাজ্যৰ প্ৰতিখন চাহবাগিচাৰ শ্ৰমিকে । ৰ গোলাঘাটৰ সমন্বয় পথাৰত সমবেত হ'ল তিনি জিলাৰ কেইবা হেজাৰ চাহ শ্ৰমিক পুৰুষ মহিলা । দৈনিক মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰা,জনজাতি মৰ্য্যদা প্ৰদান কৰা,অসমৰ চাহ জনগোষ্ঠী লোক সকলক স্বায়ত্ত্বশাসন প্ৰদান কৰা,ভূমি পট্টা প্ৰদান কৰা আদি ১১ দফীয়া দাবী উথাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যাস্ত কৰে। অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ সম্পাদক ৰূপেছ গোৱালাকে প্ৰমুখ্য কৰি কেইগৰাকীও চাহ শ্ৰমিক নেতা উপস্থিত থাকে। আগন্তুক নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিক সকলৰ এই দাবী সমুহ পূৰণ নকৰিলে চাহ বাগিচা অঞ্চল সমুহত বিজেপিৰ প্ৰবেশ নিষিদ্ধ কৰাৰ হুংকাৰ দিয়ে ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 28 January, 2021


Golaghat ACMS Protest..


চাহ শ্ৰমিকৰ প্ৰতিবাদত  উত্তাল গোলাঘাট। প্ৰাপ্য অধিকাৰৰ দাবীত বিশাল প্ৰতিবাদী কাৰ্যসূচী । অসম চাহ মজদুৰ সংঘৰ উদ্যোগত গোলাঘাট,যোৰহাট আৰু নগাওঁ জিলাৰ কেইবা সহস্ৰাধিক চাহ শ্ৰমিক লোকে প্ৰতিবাদী কায্যসূচী গ্ৰহণ কৰি চৰকাৰে চাহ শ্ৰমিকক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে গৰজি উঠে । 


 ৮ ফেব্ৰুৱাৰীত দিছপুৰ কপাব একলাখ চাহ শ্ৰমিকে । ঘোষণা কৰিলে চাহ মজদুৰ সংঘ‌ই ।  চাহ শ্ৰমিকৰ প্ৰাপ্য অধিকাৰৰ দাবীত দিছপুৰত চৰকাৰৰ বৰঘৰ কপাব ৰাজ্যৰ প্ৰতিখন চাহবাগিচাৰ শ্ৰমিকে ।  ৰ গোলাঘাটৰ সমন্বয় পথাৰত সমবেত হ'ল তিনি জিলাৰ কেইবা হেজাৰ চাহ শ্ৰমিক পুৰুষ মহিলা ।  দৈনিক মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰা,জনজাতি মৰ্য্যদা প্ৰদান কৰা,অসমৰ চাহ জনগোষ্ঠী লোক সকলক স্বায়ত্ত্বশাসন প্ৰদান কৰা,ভূমি পট্টা প্ৰদান কৰা আদি ১১ দফীয়া দাবী উথাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যাস্ত কৰে। অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ সম্পাদক ৰূপেছ গোৱালাকে প্ৰমুখ্য কৰি কেইগৰাকীও চাহ শ্ৰমিক নেতা উপস্থিত থাকে। আগন্তুক নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিক সকলৰ এই দাবী সমুহ পূৰণ নকৰিলে চাহ বাগিচা অঞ্চল সমুহত বিজেপিৰ প্ৰবেশ নিষিদ্ধ কৰাৰ হুংকাৰ দিয়ে ৷


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


Wednesday, 27 January 2021

27 January, 2021 এজন আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ ১৬ বছৰীয়া কণ্যাৰ দেশপ্ৰেমমূলক নৃত্যই মুহিলে ৰাইজক দেশজুৰি চৰকাৰি আৰু বেচৰকাৰি ভাবে ২৬ জানুৱাৰীত অনুষ্ঠিত হল গণৰাজ্য দিৱস ৷ গোলাঘাটৰ সমম্বয় খেল পথাৰতো মন্ত্ৰী চন্দন ব্ৰহ্মই উত্তোলন কৰিলে এিৰঙ্গা ৷ বিভিন্ন কায্যসূচীৰ লগতে গোলাঘাটৰ আৰক্ষী বিষয়া সুৰজিত সিং পানেশ্বৰৰ কণ্যা গজল পানেশ্বৰে একক ভাবে প্ৰৰ্দশন কৰা নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 27 January, 2021


এজন আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ  ১৬ বছৰীয়া কণ্যাৰ দেশপ্ৰেমমূলক নৃত্যই মুহিলে ৰাইজক 


দেশজুৰি চৰকাৰি আৰু বেচৰকাৰি ভাবে ২৬ জানুৱাৰীত অনুষ্ঠিত হল গণৰাজ্য দিৱস ৷ গোলাঘাটৰ সমম্বয় খেল পথাৰতো মন্ত্ৰী চন্দন ব্ৰহ্মই উত্তোলন কৰিলে এিৰঙ্গা ৷ বিভিন্ন কায্যসূচীৰ লগতে গোলাঘাটৰ আৰক্ষী বিষয়া সুৰজিত সিং পানেশ্বৰৰ কণ্যা গজল পানেশ্বৰে একক ভাবে প্ৰৰ্দশন কৰা নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ৷

গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


27 January, 2021 *Lakhimpur CONG* ## লখিমপুৰ ত্যাগক্ষেত্ৰত। কংগ্ৰেছৰ বিশাল গণ সমাবেশ। ## ৪৭ চনত বৃটিছক খেদিলে আৰু ২১ত বিজেপিক খেদাৰ সংকল্পৰে লখিমপুৰত কংগ্ৰেছৰ নিবাচনী ৰণশিঙা। ## বুধবাৰে লখিমপুৰ ত্যাগক্ষেত্ৰত অনুষ্ঠিত বিশাল গণ সমাবেশত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ,উপ দলপতি ৰকিবুল হুচেইন ,সাংসদ গৌৰৱ গগৈ সাংসদ ৰাণী নৰহ , AICC ৰ সম্সাদক - অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী তথা চত্ৰিছগড়ৰ বিধায়কৰ বিকাশ উপাধ্যায় , প্ৰাক্তন মন্ত্ৰী ভৰত নৰহ , প্ৰাক্তন বিধায়ক তথা AICC ৰ সম্সাদক ভূপেন বৰা , ন কংগ্ৰেছী মিৰা বৰঠাকুৰ উপস্থিত থাকে। ## বিজেপিৰ বিশ্বাসঘাতক দল আখ্যা দিয়ে গৌৰৱ গগৈয়ে। ## ২০২১ ত কংগ্ৰেছ চৰকাৰ হলে প্ৰথমেই মাইক্ৰ ফাইনেঞ লোন মাফ , কৃষকৰ ঋণ মাফৰ লগতে ১২০ ইউনিট ইলেকট্ৰিক মাফ কৰাৰ প্ৰতিশ্ৰুতি ৰকিবুল হুচেইনৰ। ## বিজেপি ৰিৰ্মটকন্ত্ৰলৰ চৰকাৰ বুলি আখ্যা দিয়াৰ লগতে ২০২১ চনত কংগ্ৰেছই চৰকাৰ গঠন কৰিবলৈ সক্ষম হব বুলি মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈ। ## মহাযুবন্ধনৰ জৰিয়তে বিজেপি চৰকাৰক ওফৰাবলৈ অসমৰ সকলো দলক আহ্বান জনাই ৰাইজৰ দ'ল আৰু অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈক গৌৰৱ গগৈয়ে একত্ৰিত হোৱাৰ আহ্বান। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 27 January, 2021



*Lakhimpur CONG*


## লখিমপুৰ ত্যাগক্ষেত্ৰত। কংগ্ৰেছৰ বিশাল গণ সমাবেশ। 


## ৪৭ চনত বৃটিছক খেদিলে আৰু ২১ত বিজেপিক খেদাৰ সংকল্পৰে লখিমপুৰত কংগ্ৰেছৰ নিবাচনী ৰণশিঙা।


## বুধবাৰে লখিমপুৰ ত্যাগক্ষেত্ৰত অনুষ্ঠিত  বিশাল গণ সমাবেশত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ  সভাপতি ৰিপুণ বৰা ,উপ দলপতি ৰকিবুল হুচেইন ,সাংসদ গৌৰৱ  গগৈ সাংসদ ৰাণী নৰহ , AICC ৰ সম্সাদক  -  অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী তথা চত্ৰিছগড়ৰ বিধায়কৰ বিকাশ উপাধ্যায় ,  প্ৰাক্তন মন্ত্ৰী ভৰত নৰহ , প্ৰাক্তন বিধায়ক তথা AICC ৰ সম্সাদক  ভূপেন বৰা , ন কংগ্ৰেছী মিৰা বৰঠাকুৰ উপস্থিত থাকে।


## বিজেপিৰ বিশ্বাসঘাতক দল আখ্যা দিয়ে গৌৰৱ গগৈয়ে।


## ২০২১ ত কংগ্ৰেছ চৰকাৰ হলে প্ৰথমেই  মাইক্ৰ ফাইনেঞ  লোন মাফ , কৃষকৰ ঋণ মাফৰ লগতে  ১২০ ইউনিট   ইলেকট্ৰিক মাফ কৰাৰ প্ৰতিশ্ৰুতি ৰকিবুল হুচেইনৰ।


## বিজেপি ৰিৰ্মটকন্ত্ৰলৰ চৰকাৰ  বুলি আখ্যা দিয়াৰ লগতে ২০২১ চনত কংগ্ৰেছই চৰকাৰ গঠন কৰিবলৈ সক্ষম হব বুলি মন্তব্য কৰিলে সাংসদ  গৌৰৱ গগৈ।


## মহাযুবন্ধনৰ জৰিয়তে বিজেপি চৰকাৰক ওফৰাবলৈ অসমৰ সকলো দলক আহ্বান জনাই ৰাইজৰ দ'ল আৰু অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈক গৌৰৱ গগৈয়ে  একত্ৰিত হোৱাৰ আহ্বান।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


27 January, 2021 *লখিমপুৰত উত্তেজনা* Date :- 27/1/21 ## হত্যা কাণ্ডক কেন্দ্ৰ কৰি লখিমপুৰ ৰঙাজানৰ পদুমনি গাৱত উত্তপ্ত পৰিস্থিতি। ## হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়া অভিযোগ তুলি ৰাইজে ভাঙিলে লিলাবাৰী আৰক্ষীৰ বাহন । ## ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ২৪ জানুৱাৰী তাৰিখে লখিমপুৰৰ চাবতি পদুমনি মসজিদত হোৱা এক ধৰ্মীয় অনুষ্ঠানৰ পৰা চামাদ আলি নামৰ লোক জন অাহি থাকোতে পথত ইয়োচুফ অালিৰ সৈতে বাক বিতন্দা হয়। ## পৰবৰ্তী সময়ত চামাদে ঘৰত আহি নিশাৰ অাহাৰ গ্ৰহন কৰি থাকোতে ইয়োচুফ অালিয়ে চামাদৰ গৃহৰ ভিতৰত প্ৰৱেশ কৰি চোকা অস্ত্রৰে চামাদৰ মুৰত গুৰুত্ব ভাবে আক্রমণ কৰে। ## আক্ৰমণ কৰা মুল অভিযুক্তক লিলাবাৰী আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে। ## আৰক্ষীগৈ অভিযুক্ত ইচাকৰ গৃহত উপস্থিত হোৱাত ৰাইজ আৰু লিলাবাৰী আৰক্ষীৰ মাজত বাক বিতন্ডা হয়। ## পৰৱৰ্তী সময়ত উত্তেজিত ৰাইজে লিলাবাৰী আৰক্ষীৰ বাহণত অাক্ৰমণ চলায়। ## লগে লগে আৰক্ষীয়ে উক্ত ঘটনা স্থলিৰ পৰা পলায়ন কৰে। ## ইয়াৰপূর্বেও ইয়োচুফ আলী বিৰুদ্ধে বহু মাৰপিট কৰা তথা অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। বিৰো ৰিপোৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 27 January, 2021


*লখিমপুৰত উত্তেজনা* Date :- 27/1/21


## হত্যা কাণ্ডক কেন্দ্ৰ কৰি লখিমপুৰ ৰঙাজানৰ পদুমনি গাৱত উত্তপ্ত পৰিস্থিতি। 


## হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়া অভিযোগ তুলি ৰাইজে ভাঙিলে লিলাবাৰী আৰক্ষীৰ বাহন । 



## ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ২৪ জানুৱাৰী তাৰিখে লখিমপুৰৰ চাবতি পদুমনি মসজিদত হোৱা এক ধৰ্মীয় অনুষ্ঠানৰ পৰা চামাদ আলি নামৰ লোক জন অাহি থাকোতে পথত ইয়োচুফ অালিৰ সৈতে বাক বিতন্দা হয়। 


## পৰবৰ্তী সময়ত চামাদে ঘৰত আহি নিশাৰ অাহাৰ গ্ৰহন কৰি থাকোতে ইয়োচুফ অালিয়ে চামাদৰ গৃহৰ  ভিতৰত প্ৰৱেশ কৰি চোকা অস্ত্রৰে চামাদৰ মুৰত গুৰুত্ব ভাবে আক্রমণ কৰে। 


## আক্ৰমণ কৰা মুল অভিযুক্তক লিলাবাৰী আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে। 


## আৰক্ষীগৈ অভিযুক্ত ইচাকৰ গৃহত  উপস্থিত হোৱাত ৰাইজ আৰু লিলাবাৰী আৰক্ষীৰ মাজত বাক বিতন্ডা হয়। 


## পৰৱৰ্তী সময়ত উত্তেজিত ৰাইজে লিলাবাৰী আৰক্ষীৰ বাহণত অাক্ৰমণ চলায়।


## লগে লগে আৰক্ষীয়ে উক্ত ঘটনা স্থলিৰ পৰা পলায়ন কৰে।


## ইয়াৰপূর্বেও ইয়োচুফ আলী বিৰুদ্ধে বহু মাৰপিট কৰা তথা অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।


বিৰো ৰিপোৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...