Tuesday, 26 January 2021

26 January, 2021 *লখিমপুৰ গণৰাজ্য দিৱস* Date :- 26/1/21 ## লখিপুৰত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন। ## ৰাজ্যৰ আন আন ঠাইৰ লগতে লখিমপুৰতো ব্যাপক উলহ-মালহৰে উদযাপন কৰা হয় দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱস। ## লখিমপুৰ চৰকাৰী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্রীয় ভাবে উদযাপিত গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে ৰঞ্জিত দত্তয়ে। ## অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 26 January,  2021


*লখিমপুৰ গণৰাজ্য দিৱস* Date :- 26/1/21


## লখিপুৰত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন।


## ৰাজ্যৰ আন আন ঠাইৰ লগতে লখিমপুৰতো ব্যাপক উলহ-মালহৰে উদযাপন কৰা হয় দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱস।


## লখিমপুৰ চৰকাৰী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্রীয় ভাবে উদযাপিত গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে ৰঞ্জিত দত্তয়ে।


## অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হয়।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Sunday, 24 January 2021

24 January, 2021 গোলাঘাট জিলা পৰিবহণ বিভাগে দেশৰ ৩২ সংখ্যক পথ সুৰক্ষা মাহৰ উপলক্ষে দেওবাৰে এক মাৰাথান প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ পুৱা ৭ -৩০ বজাৰপৰা গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই দীঘ্যদূৰত্বৰ প্ৰতিযোগীতাৰ পূৰ্বে শুভেচ্ছা আৰু সতৰ্কতা মূলক ভাষণ দিয়ে জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে ৷ ল’ৰা আৰু ছোৱালীৰ শাখাত পৃথকে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত ছোৱালী শাখাত প্ৰথম স্থান লাভকৰে গীতাশ্ৰী শইকীয়া : দ্বীতৃয় নন্দিনী চান্দাক আৰু তৃতীয় মনালিছা বড়ো ৷ ল’ৰা শাখাত প্ৰথম দ্বীতৃয় আৰু তৃতীয় ক্ৰমে জিন্তু নাথ ; দ্বীপজ্যোতি দাস আৰু বিতুপন ৰবিদাস ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছোৱালী শাখাৰ দুগৰাকী আৰু ল’ৰা শাখাৰ সাত জনক উদগনিমূলক বটাঁ প্ৰদান কৰা হয় ৷ প্ৰতিযোগিতাৰ অন্তত পৰিবহন বিভাগৰ হৈ ডিটিঅ কাৰ্জী এম ভি আই এম ভি আই পৰাগ শইকীয়াই প্ৰতিযোগিতা স্থলীত উদ্যোক্তা অজয় ভড়ালী ; সঞ্জীৱ সন্ধিকৈ আদিক ধন্যবাদ জনোৱাৰ লগতে প্ৰতিযোগী সকলক উদ্দেশ্য কৰি উদগনি মূলক ভাষন দিয়ে ৷স্থান লাভকৰা সকলক ক্ৰমে ৫০০০ : ৪০০০ ; ৩০০০ নগদ ধনৰ লগতে ট্ৰফী আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 24 January, 2021


গোলাঘাট জিলা পৰিবহণ বিভাগে দেশৰ ৩২ সংখ্যক পথ সুৰক্ষা মাহৰ উপলক্ষে দেওবাৰে এক মাৰাথান প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ পুৱা ৭ -৩০ বজাৰপৰা গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই দীঘ্যদূৰত্বৰ প্ৰতিযোগীতাৰ পূৰ্বে শুভেচ্ছা আৰু সতৰ্কতা মূলক ভাষণ দিয়ে জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে  ৷ ল’ৰা আৰু ছোৱালীৰ শাখাত পৃথকে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত ছোৱালী শাখাত প্ৰথম স্থান লাভকৰে গীতাশ্ৰী শইকীয়া : দ্বীতৃয় নন্দিনী চান্দাক আৰু তৃতীয় মনালিছা বড়ো ৷

ল’ৰা শাখাত প্ৰথম দ্বীতৃয় আৰু তৃতীয় ক্ৰমে জিন্তু নাথ ; দ্বীপজ্যোতি দাস আৰু বিতুপন ৰবিদাস ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছোৱালী শাখাৰ দুগৰাকী আৰু ল’ৰা শাখাৰ সাত জনক  উদগনিমূলক বটাঁ প্ৰদান কৰা হয় ৷  প্ৰতিযোগিতাৰ অন্তত    পৰিবহন বিভাগৰ হৈ ডিটিঅ  কাৰ্জী এম ভি আই এম ভি আই পৰাগ শইকীয়াই প্ৰতিযোগিতা স্থলীত উদ্যোক্তা   অজয় ভড়ালী ; সঞ্জীৱ সন্ধিকৈ আদিক ধন্যবাদ জনোৱাৰ লগতে প্ৰতিযোগী সকলক উদ্দেশ্য কৰি উদগনি মূলক ভাষন দিয়ে ৷স্থান লাভকৰা সকলক ক্ৰমে ৫০০০ : ৪০০০ ; ৩০০০ নগদ ধনৰ লগতে ট্ৰফী আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


24 January, 2021 *লখিমপুৰ নিৰোদ্দেশ* Date :- 24/1/21 ## লখিমপুৰৰ লালুক পদ্মপুৰৰ জয়নাল আলি পৰিবাৰ আৰু পুত্ৰ যোৱা ২১ জানুৱাৰী পৰা নিৰুদ্দেশ হৈ আছে। ## পৰিয়ালৰ লোকে জনিবলৈ দিয়াৰ মতে, বৃহস্পতি বাৰে পূৱা ১০ বজাত এছমিন বেগমে নিজ ঘৰৰ পৰা লালুক আদৰ্শ চিকিৎসালয়লৈ বুলি ২ বছৰীয়া পুত্ৰ আৰিয়নৰ হৈতে আহিছিল। ## ২৪ ঘন্টা উকলি যোৱাৰ পাছতো মাতৃ পুত্ৰ কোনো সন্ধান নোলোৱাত পৰিয়ালৰ লোকে লালুক থানাত এখন এজাহাৰ দাখিল কৰে। ## কিন্তু আজিলৈকে কোনো খবৰ নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। ## লখিমপুৰ বগলীজানৰ পৰা আজি পৰা ৮ বছৰৰ পূৰ্বে এছমিনে লালুক পদ্মপুৰৰ জয়নাল আলি হৈতে বিবাহ পাষত আবদ্ধ হৈছিল। ## বত্তৰ্মান এছমিনৰ এগৰাকী ৫ বছৰীয়া কন্যা আৰু এটি ২ বছৰীয়া পুত্ৰ। ## কিন্তু বৃহস্পতি বাৰৰ পৰা মাতৃ পুত্ৰ নিৰোদ্দেশ হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যয়ে বিৰাজ কৰিছে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 24 January, 2021


*লখিমপুৰ নিৰোদ্দেশ* Date :- 24/1/21


## লখিমপুৰৰ লালুক পদ্মপুৰৰ জয়নাল আলি পৰিবাৰ আৰু পুত্ৰ যোৱা ২১ জানুৱাৰী পৰা নিৰুদ্দেশ হৈ আছে।


## পৰিয়ালৰ লোকে জনিবলৈ দিয়াৰ মতে, বৃহস্পতি বাৰে পূৱা ১০ বজাত এছমিন বেগমে নিজ ঘৰৰ পৰা লালুক আদৰ্শ চিকিৎসালয়লৈ বুলি ২ বছৰীয়া পুত্ৰ আৰিয়নৰ হৈতে আহিছিল।


## ২৪ ঘন্টা উকলি যোৱাৰ পাছতো মাতৃ পুত্ৰ কোনো সন্ধান নোলোৱাত পৰিয়ালৰ লোকে লালুক থানাত এখন এজাহাৰ দাখিল কৰে।


## কিন্তু আজিলৈকে কোনো খবৰ নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।


## লখিমপুৰ বগলীজানৰ পৰা আজি পৰা ৮ বছৰৰ পূৰ্বে এছমিনে লালুক পদ্মপুৰৰ জয়নাল আলি হৈতে বিবাহ পাষত আবদ্ধ হৈছিল।


## বত্তৰ্মান এছমিনৰ এগৰাকী ৫ বছৰীয়া কন্যা আৰু এটি ২ বছৰীয়া পুত্ৰ।


## কিন্তু বৃহস্পতি বাৰৰ পৰা মাতৃ পুত্ৰ নিৰোদ্দেশ হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যয়ে বিৰাজ কৰিছে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


24 January, 2021 *লখিমপুৰ জন সেৱা* Date :- 24/1/21 ## জন সেৱা লখিমপুৰৰ উদ্দোগত আজি বিনামূলীয়াকৈ চিলাই মেচিন বিতৰণ। ## আজি শ্ৰী ৰাজেশ মালপানী আৰু সোৰজ মালপানী আজি ৪০ তম্ বিবাহ বাৰ্ষিকী। ## এই বিবাহ বাৰ্ষিকী উপলক্ষে আজি লখিমপুৰ নগৰৰ মাজমজীয়াত জয়া হোটেলৰ কাষত প্ৰায় ৮ গৰাকী মালিক একোটাকৈ চিলাই মেচিন বিতৰণ কৰে। ## এক ব্যতিক্ৰমী ভাবে জন্ম জয়ন্তী উদযাপনৰ কৰে ৰাজেশ আৰু সোৰজ মালপানী পৰিয়াল বৰ্গয়ে। ## এই অনুষ্ঠানত লখিমপুৰৰ চক্ৰ বিষয়া দেৱাসিশ গোস্বামী, ৰূক্ম গোহাঁই বৰুৱা, জন সেৱা কৰ্ম কৰ্তা লগতে বহুকেইজন গন্যমান্য ব্যক্তি। ## পূৱেও কোনো ধৰণৰ জন্ম দিনৰ কেক বা প্ৰাতি নকৰি এনেদৰেই দুখিয়া লোকৰ মাজত বস্ত্ৰ বিতৰণ কৰা বা কোনো স্কুলত বেগ, কলম, বহী ইত্যাদি বিতৰণ কৰি জন্ম দিন উদযাপন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 24 January, 2021


*লখিমপুৰ জন সেৱা* Date :- 24/1/21


## জন সেৱা লখিমপুৰৰ উদ্দোগত আজি বিনামূলীয়াকৈ চিলাই মেচিন বিতৰণ।


## আজি শ্ৰী ৰাজেশ মালপানী আৰু সোৰজ মালপানী আজি ৪০ তম্ বিবাহ বাৰ্ষিকী।


## এই বিবাহ বাৰ্ষিকী উপলক্ষে আজি লখিমপুৰ নগৰৰ মাজমজীয়াত জয়া হোটেলৰ কাষত প্ৰায় ৮ গৰাকী মালিক একোটাকৈ চিলাই মেচিন বিতৰণ কৰে।


## এক ব্যতিক্ৰমী ভাবে জন্ম জয়ন্তী উদযাপনৰ কৰে ৰাজেশ আৰু সোৰজ মালপানী পৰিয়াল বৰ্গয়ে।


## এই অনুষ্ঠানত লখিমপুৰৰ চক্ৰ বিষয়া দেৱাসিশ গোস্বামী, ৰূক্ম গোহাঁই বৰুৱা, জন সেৱা কৰ্ম কৰ্তা লগতে বহুকেইজন গন্যমান্য ব্যক্তি।


## পূৱেও কোনো ধৰণৰ জন্ম দিনৰ কেক বা প্ৰাতি নকৰি এনেদৰেই দুখিয়া লোকৰ মাজত বস্ত্ৰ বিতৰণ কৰা বা কোনো স্কুলত বেগ, কলম, বহী ইত্যাদি বিতৰণ কৰি জন্ম দিন উদযাপন কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


24 January, 2021 *লখিমপুৰ কুচ ৰাজবংশী সন্মিলনী* Date :- 24/1/21 ## ২৯ সংখ্যক দ্বি বাৰ্ষিক জিলা অধিবেশ ও লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী খনি দেওবাৰে ঘাৰমৰাৰ লখিমপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুস্থিত হয়। ## পূৱা সন্মিলনি পতাকা উত্তলন কৰে লখিমপুৰ জিলা সভাপতি তৰুণ দত্তই। ## ১১ বজাত প্ৰতিনিধি সভা খন উদ্বোধন কৰে লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী প্ৰাপ্তন সভাপতি তিলেশ্ব বৰাই আৰু সভাখন পৰিচলনা কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনী প্ৰচাৰ সম্পাদক সত্যজিৎ শইকীয়াই। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 24 January, 2021


*লখিমপুৰ কুচ ৰাজবংশী সন্মিলনী* Date :- 24/1/21


## ২৯ সংখ্যক দ্বি বাৰ্ষিক জিলা অধিবেশ ও লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী খনি দেওবাৰে ঘাৰমৰাৰ লখিমপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুস্থিত হয়।


## পূৱা সন্মিলনি পতাকা উত্তলন কৰে লখিমপুৰ জিলা সভাপতি তৰুণ দত্তই।


## ১১ বজাত প্ৰতিনিধি সভা খন উদ্বোধন কৰে লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী প্ৰাপ্তন সভাপতি তিলেশ্ব বৰাই আৰু সভাখন পৰিচলনা কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনী প্ৰচাৰ সম্পাদক সত্যজিৎ শইকীয়াই।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


24 January, 2021 *লখিমপুৰ বন্ধ* Date :- 24/1/21 ## আজি দেওবাৰ। ## লখিমপুৰত আজি সপ্তাহিক বন্ধ। ## লেবাৰ অফিচৰ পৰা বাৰম্বাৰ আদেশ কৰাৰ পাছতো আজিকুপতি বহু ব্যৱসায়ী প্ৰতিষ্ঠনে এই আদেশক অবজ্ঞা কৰি আহিছে। ## সেয়েহে আজি লখিমপুৰ জিলা সিউমেন ৰাইটচৰ সহায়ত লেবাৰ ইনিস্পেক্টৰে লখিমপুৰৰ নগৰৰ বহুকইখন ব্যৱসায়ী প্ৰতিষ্ঠনৰ উপৰত কেচ ৰূজু কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 24 January, 2021


*লখিমপুৰ বন্ধ* Date :- 24/1/21


## আজি দেওবাৰ।


## লখিমপুৰত আজি সপ্তাহিক বন্ধ।


## লেবাৰ অফিচৰ পৰা বাৰম্বাৰ আদেশ কৰাৰ পাছতো আজিকুপতি বহু ব্যৱসায়ী প্ৰতিষ্ঠনে এই আদেশক অবজ্ঞা কৰি আহিছে।


## সেয়েহে আজি লখিমপুৰ জিলা সিউমেন ৰাইটচৰ সহায়ত লেবাৰ ইনিস্পেক্টৰে লখিমপুৰৰ নগৰৰ বহুকইখন ব্যৱসায়ী প্ৰতিষ্ঠনৰ উপৰত কেচ ৰূজু কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


24 January, 2021 *Lakhimpur AASU PROTEST* Date :- 24/1/21 ## কা' বিৰুদ্ধে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত। ## নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল , EIA বিল প্ৰত্যাহাৰ , অসম চুক্তি ৬ নং দফা কাৰ্যকৰী কৰাৰ লগতে অসমৰ বিদেশী সমস্যা সমাধানৰ দাবীৰে অমৃত শ্বাহ আৰু প্ৰধান মন্ত্ৰী অসম ভ্ৰমণ বিৰুদ্ধাচৰণ কৰি আছুৰ এই প্ৰতিবাদ। ## লখিমপুৰ নগৰৰ বজাৰৰ চাৰিআলিত আছুৱে দাহ কৰিলে KA - EIA ৰ প্ৰতিলিপি। ## লখিমপুৰ নগৰত হাতে হাতে ক'লা পতাকা লৈ আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। ## সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যজুৰি সাব্যস্ত কৰা হয় এই প্ৰতিলিপি দাহ কাৰ্যসূচী। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 24 January, 2021


*Lakhimpur AASU PROTEST* Date :- 24/1/21


## কা' বিৰুদ্ধে লখিমপুৰ  জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী  কাৰ্যসূচী অব্যাহত।


 ## নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল , EIA বিল প্ৰত্যাহাৰ , অসম চুক্তি  ৬ নং দফা কাৰ্যকৰী কৰাৰ লগতে অসমৰ বিদেশী সমস্যা সমাধানৰ দাবীৰে অমৃত শ্বাহ আৰু প্ৰধান মন্ত্ৰী অসম ভ্ৰমণ বিৰুদ্ধাচৰণ কৰি  আছুৰ এই প্ৰতিবাদ।


## লখিমপুৰ নগৰৰ বজাৰৰ চাৰিআলিত আছুৱে দাহ কৰিলে KA - EIA ৰ প্ৰতিলিপি। 

 

## লখিমপুৰ নগৰত হাতে হাতে ক'লা পতাকা লৈ  আছুৰ  প্ৰতিবাদী  কাৰ্যসূচী ৰূপায়ণ।


## সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যজুৰি সাব্যস্ত কৰা হয় এই  প্ৰতিলিপি দাহ  কাৰ্যসূচী।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...