Monday, 16 November 2020

16 November, 2020 GOLAGHAT PRESS DAY চৰম নিৰাপত্তা হিনতাত ভুগিছে ৰাজ্যৰ সাংবাদিক সকল l গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ দুষ্কৃতিকাৰীৰ l সাংবাদিকৰ নিৰাপত্তাত ব্যৰ্থ হৈছে গৃহ বিভাগ তথা জনসংযোগ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল l আজি প্ৰেছ দিৱস I প্ৰেছ দিৱসৰ প্ৰাকক্ষণত দিনে নিশাই নিষ্ঠাৰে সততাৰে কৰ্তব্য কৰা সাংবাদিকৰ ওপৰত ঘটা ইটোৰ পিছত সিটো অমানবীয় ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্য্যকৰী সভাপতি বিকাশ শৰ্মায়ে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনে অমানবীয় কাৰ্য্যৰ কেতিয়াও সহ্য কৰা নহব আৰু অতি সোনকালেই এনে ঘটনাৰ ওপৰত চৰকাৰে এক সঠিক আৰু গুৰুত্বপূৰ্ণ সিধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গোলাঘাট জিলা সাংবাদিক সকলৰ লগতে ৰাইজে। আনফালে গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত অনুষ্ঠিত কৰা গোলাঘাট জিলা আৱৰ্ত্ত ভবনত অনুষ্ঠিত কৰা হয় l অনুষ্ঠানতোত গোলাঘাট জিলাৰ সাংবাদিক সকলৰ লগতে গোলাঘাট জিলা অতিৰিক্ত উপায়ুক্ত অৰূপা বাগলাৰী,ধিৰাস দাস,জনসংযোগ বিভাগৰ বিষয়া পাপু গগৈকে উপস্থিত থাকে l সভাখনত বৰ্তমান গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ ওপৰত অহা বিপৰ্যয় কি দৰে নিৰাময় কৰিব পাৰি আৰু সাংবাদিকৰ স্বাধীনতাৰ ওপৰত ভাষণ প্ৰদান কৰে সাংবাদিক বিকাশ শৰ্মা আৰু সাংবাদিক পেঞ্চনপ্ৰাপ্ত ,দিপেন দত্ত, l '' প্ৰকাশ শৰ্মা গোলাঘাট

 16 November, 2020 GOLAGHAT PRESS DAY 


চৰম নিৰাপত্তা হিনতাত ভুগিছে ৰাজ্যৰ সাংবাদিক সকল l গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ দুষ্কৃতিকাৰীৰ  l সাংবাদিকৰ নিৰাপত্তাত  ব্যৰ্থ হৈছে গৃহ বিভাগ তথা জনসংযোগ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল l আজি প্ৰেছ দিৱস I প্ৰেছ দিৱসৰ প্ৰাকক্ষণত দিনে নিশাই নিষ্ঠাৰে সততাৰে কৰ্তব্য কৰা  সাংবাদিকৰ ওপৰত ঘটা ইটোৰ পিছত সিটো অমানবীয় ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ  কাৰ্য্যকৰী সভাপতি বিকাশ শৰ্মায়ে।  গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনে অমানবীয় কাৰ্য্যৰ কেতিয়াও সহ্য কৰা নহব  আৰু অতি সোনকালেই এনে ঘটনাৰ ওপৰত চৰকাৰে  এক সঠিক আৰু  গুৰুত্বপূৰ্ণ সিধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গোলাঘাট জিলা সাংবাদিক সকলৰ লগতে ৰাইজে। আনফালে গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত অনুষ্ঠিত কৰা গোলাঘাট জিলা আৱৰ্ত্ত ভবনত অনুষ্ঠিত কৰা হয় l অনুষ্ঠানতোত গোলাঘাট জিলাৰ সাংবাদিক সকলৰ লগতে গোলাঘাট জিলা অতিৰিক্ত উপায়ুক্ত অৰূপা বাগলাৰী,ধিৰাস দাস,জনসংযোগ বিভাগৰ বিষয়া পাপু গগৈকে উপস্থিত থাকে  l সভাখনত বৰ্তমান গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ ওপৰত অহা বিপৰ্যয় কি দৰে নিৰাময় কৰিব পাৰি আৰু সাংবাদিকৰ স্বাধীনতাৰ ওপৰত ভাষণ প্ৰদান কৰে সাংবাদিক বিকাশ শৰ্মা আৰু সাংবাদিক পেঞ্চনপ্ৰাপ্ত ,দিপেন

 দত্ত, l '' প্ৰকাশ শৰ্মা গোলাঘাট


16 November, 2020

Sunday, 15 November 2020

15 November, 2020 *কবি ৰত্ন সন্মান লখিমপুৰ* কবি, গল্পকাৰ পঙ্কজ সভাপণ্ডিতলৈ ২০২০ "কবি ৰত্ন" সন্মান প্ৰদান। কলকতাৰ "আনন্দমুখৰ সাহিত্য প্ৰত্ৰিকা আৰু পৰিশদে যোৱা ১ নবেম্বৰত এই সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত সমগ্ৰ ভাৰতবর্ষৰ প্ৰায় ১৫০ জন কবি,সাহিত্যিক, শিল্পি, সাংবাদিক আদিক এই সন্মান প্ৰদান কৰা হয় উল্লেখযোগ্য যে কবি পঙ্কজ সভাপণ্ডিতে লকডাউনৰ সময়ত ১২০ টা চুটি গল্প লিখি ছচিয়েল মেদীয়া জৰিয়তে তেওঁ প্ৰচাৰ কৰিছিল। এই সকলোবোৰ চাই আনন্দমুখৰ সাহিত্য প্ৰত্ৰিকা আৰু পৰিশদে তেওঁক এই সন্মান প্ৰদান কৰে। পঙ্কজ সভাপণ্ডিতে এই বটা পাই ৰাজ্য লগতে লখিমপুৰ জিলা খনলৈয়ো গৌৰৱ কঢ়িয়াই আনিলে। এই বটাত আছে এখন মেমৰেণ্ট আৰু দুখন মানপত্ৰৰ। লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ NORTHEAST NEWS INDIA

 15 November, 2020


*কবি ৰত্ন সন্মান লখিমপুৰ*   কবি, গল্পকাৰ পঙ্কজ সভাপণ্ডিতলৈ ২০২০ "কবি ৰত্ন" সন্মান প্ৰদান। কলকতাৰ "আনন্দমুখৰ সাহিত্য প্ৰত্ৰিকা আৰু পৰিশদে যোৱা ১ নবেম্বৰত এই সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত সমগ্ৰ ভাৰতবর্ষৰ প্ৰায় ১৫০ জন কবি,সাহিত্যিক, শিল্পি, সাংবাদিক আদিক এই সন্মান প্ৰদান কৰা হয় উল্লেখযোগ্য যে কবি পঙ্কজ সভাপণ্ডিতে লকডাউনৰ সময়ত ১২০ টা চুটি গল্প লিখি ছচিয়েল মেদীয়া জৰিয়তে তেওঁ প্ৰচাৰ কৰিছিল। এই সকলোবোৰ চাই আনন্দমুখৰ সাহিত্য প্ৰত্ৰিকা আৰু পৰিশদে তেওঁক এই সন্মান প্ৰদান কৰে। পঙ্কজ সভাপণ্ডিতে এই বটা পাই ৰাজ্য লগতে লখিমপুৰ জিলা খনলৈয়ো গৌৰৱ কঢ়িয়াই আনিলে। এই বটাত আছে এখন মেমৰেণ্ট আৰু দুখন মানপত্ৰৰ।

লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ

NORTHEAST NEWS INDIA


15 November, 2020 ৰাজ্যত আকৌ সাংবাদিক নিগ্ৰহৰ ঘটনা। ইতিমধ্যে সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যাত্মক হত্যা ৰ ঘটনাত অসম উতপ্ত হৈ থকাৰ সময়তে , লখিমপুৰ পুনৰ সংবাদ কৰ্মী ক অাক্ৰমণ। লখিমপুৰৰ নেক্স নিউজৰ যুৱ সংবাদ কৰ্মী তথা নেক্স মেডিয়া নেক্স মেডিয়া নেটৱৰ্কৰ সঞ্চালক প্ৰধান কৰ্ণ সিংহ আক্ৰমণ। লখিমপুৰ ডাকঘৰৰ সমিপত সংঘটিত হৈছে এই ঘটনা। শনিবাৰে সন্ধ্যা প্ৰায় ৮: ৩০ বজাত AS 01BS 4523 নম্বৰৰ বগা ৰঙৰ নিচান গাড়ী এখনেৰে অাক্ৰমণ কৰিবলৈ চেষ্টা কৰে। গাড়ী খনৰ চালক জনে কৰ্ণ সিংহ এজন সংবাদ কৰ্মী বুলি গম পোৱা পিছত তেখেতক গাড়ীৰে পুণৰ কেইবাবাৰো আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। ইতিমধ্যে গাড়ীখনৰ লগতে চলক জনৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত এখনি এজাহাৰ ৰুজো কৰিছে । ঘটনা সম্পর্কে আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়ে লক্ষ্যনীয় হব। ::প্ৰকাশ শৰ্মা গোলাঘাট NORTHEAST NEWS INDIA

 15 November, 2020


ৰাজ্যত আকৌ সাংবাদিক নিগ্ৰহৰ ঘটনা। 


ইতিমধ্যে সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যাত্মক হত্যা ৰ ঘটনাত অসম উতপ্ত হৈ থকাৰ সময়তে ,  লখিমপুৰ পুনৰ সংবাদ কৰ্মী ক অাক্ৰমণ। 



লখিমপুৰৰ নেক্স নিউজৰ যুৱ সংবাদ কৰ্মী তথা নেক্স মেডিয়া নেক্স মেডিয়া নেটৱৰ্কৰ  সঞ্চালক প্ৰধান কৰ্ণ সিংহ আক্ৰমণ। 


লখিমপুৰ ডাকঘৰৰ সমিপত সংঘটিত হৈছে এই ঘটনা। 


শনিবাৰে সন্ধ্যা প্ৰায় ৮: ৩০ বজাত AS 01BS 4523 নম্বৰৰ বগা ৰঙৰ নিচান গাড়ী এখনেৰে অাক্ৰমণ কৰিবলৈ চেষ্টা কৰে। 


গাড়ী খনৰ চালক জনে কৰ্ণ সিংহ এজন সংবাদ কৰ্মী বুলি গম পোৱা পিছত তেখেতক গাড়ীৰে পুণৰ কেইবাবাৰো আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। 



ইতিমধ্যে গাড়ীখনৰ লগতে চলক জনৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত এখনি এজাহাৰ ৰুজো কৰিছে । 


ঘটনা সম্পর্কে আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়ে লক্ষ্যনীয় হব। ::প্ৰকাশ শৰ্মা গোলাঘাট

NORTHEAST NEWS INDIA


15 November, 2020 গোলাঘাটৰ লক্ষীবাৰীত স্বেচ্ছাসেৱী সংগঠন "চেভ চাইল্ড" উদ্যোগত শিশু দিৱস উদযাপন গোলাঘাট জিলাৰ  মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীবাৰী সোণাপুৰ গাঁৱত গোলাঘাটৰ অন্যতম তথা স্বেচ্ছাসেৱী সংগঠন চেভ চাইল্ড উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস আৰু সংগঠনটো প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন ,স্মৃতি তৰ্পণ ,মাল্য অৰ্পণ আদি কাৰ্যসূচী পাছতে সংগঠনটোৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে কেক কাটি অভিবাদন জনাই।আনহাতে  দিনৰ ১২ বজাত স্থানীয়  শিল্পী যাদৱ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত  সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম মইনা পাৰিজাতৰ সাংগঠনিক সম্পাদক পিংকু শইকীয়া আৰু সাংবাদিক পাৰ্থ প্ৰতিম শইকীয়াই  ৰসাল  ভাষণ প্ৰদান কৰাৰ লগতে সভাত লক্ষীবাৰী কলামঞ্চৰ মুখ্য সম্পাদক দীপক হাজৰিকা,উদ্যোমী যুৱক হেমন্ত শইকীয়া,সোণাপুৰ বৰ নামঘৰ উন্নয়ণ সমিতিৰ সম্পাদক পলাশ শইকীয়া আদি উপস্থিত থাকে।চেভ চাইল্ড সংগঠনৰ সভাপতি দশমী বৰা,সম্পাদক মঞ্চজ্যোতি শইকীয়া আঁত ধৰা সভাত সংগঠনটোৰ বৈশালী কলিতা,ৰাজৰ্ষি মাধৱ ফুকন ,পিংকী বৰা,গৌৰাংক বৰা,শাওন ৰচিদ হুছেইন ,পৰশমনি নাথ ,মানসী নাথ ,কৃষ্টিকন্যা বৰা,পৰিস্মৃতা কাকতি ,স্মৃতা বৰা,শুভ্ৰজিৎ শইকীয়া ,দীপক ৰঞ্জন নাথ আদিয়ে সহযোগিতা কৰে। সভাৰ আৰম্ভণিতে স্থানীয় শিল্পী সকলে সমবেত সংগীত পৰিৱেশন কৰে।আনহাতে সভাত স্থানীয় কেইবাজনো শিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰে।তদুপৰি সভাত চেভ চাইল্ডৰ তৰফৰ পৰা প্ৰাক্তন সৈনিক  ইন্দেশ্বৰ বৰাক সম্বৰ্ধনা জনোৱা হয়। ফৰকাটিঙৰ পৰা পাৰ্থ প্ৰতিম শইকীয়া,ৰিপৰ্ট , NORTHEAST NEWS INDIA

 15 November, 2020


গোলাঘাটৰ লক্ষীবাৰীত স্বেচ্ছাসেৱী সংগঠন "চেভ চাইল্ড" উদ্যোগত শিশু দিৱস উদযাপন



গোলাঘাট জিলাৰ  মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীবাৰী সোণাপুৰ গাঁৱত গোলাঘাটৰ অন্যতম তথা স্বেচ্ছাসেৱী সংগঠন চেভ চাইল্ড উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস আৰু সংগঠনটো প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন ,স্মৃতি তৰ্পণ ,মাল্য অৰ্পণ আদি কাৰ্যসূচী পাছতে সংগঠনটোৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে কেক কাটি অভিবাদন জনাই।আনহাতে  দিনৰ ১২ বজাত স্থানীয়  শিল্পী যাদৱ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত  সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম মইনা পাৰিজাতৰ সাংগঠনিক সম্পাদক পিংকু শইকীয়া আৰু সাংবাদিক পাৰ্থ প্ৰতিম শইকীয়াই  ৰসাল  ভাষণ প্ৰদান কৰাৰ লগতে সভাত লক্ষীবাৰী কলামঞ্চৰ মুখ্য সম্পাদক দীপক হাজৰিকা,উদ্যোমী যুৱক হেমন্ত শইকীয়া,সোণাপুৰ বৰ নামঘৰ উন্নয়ণ সমিতিৰ সম্পাদক পলাশ শইকীয়া আদি উপস্থিত থাকে।চেভ চাইল্ড সংগঠনৰ সভাপতি দশমী বৰা,সম্পাদক মঞ্চজ্যোতি শইকীয়া আঁত ধৰা সভাত সংগঠনটোৰ বৈশালী কলিতা,ৰাজৰ্ষি মাধৱ ফুকন ,পিংকী বৰা,গৌৰাংক বৰা,শাওন ৰচিদ হুছেইন ,পৰশমনি নাথ ,মানসী নাথ ,কৃষ্টিকন্যা বৰা,পৰিস্মৃতা কাকতি ,স্মৃতা বৰা,শুভ্ৰজিৎ শইকীয়া ,দীপক ৰঞ্জন নাথ আদিয়ে সহযোগিতা কৰে।

সভাৰ আৰম্ভণিতে স্থানীয় শিল্পী সকলে সমবেত সংগীত পৰিৱেশন কৰে।আনহাতে সভাত স্থানীয় কেইবাজনো শিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰে।তদুপৰি সভাত চেভ চাইল্ডৰ তৰফৰ পৰা প্ৰাক্তন সৈনিক  ইন্দেশ্বৰ বৰাক সম্বৰ্ধনা জনোৱা হয়।


ফৰকাটিঙৰ পৰা পাৰ্থ প্ৰতিম শইকীয়া,ৰিপৰ্ট ,

NORTHEAST NEWS INDIA


Saturday, 14 November 2020

14 November, 2020 গোলাঘাট জিলাৰ বীৰাঙ্গনা সতী সাধনী কলাক্ষেত্ৰত শনিবাৰে পুৱা মুখ্য মন্ত্ৰীৰ গ্ৰাম্য অঞ্চলত সুচল যাতায়ত আৰু স্বাৱলম্বনৰ এক নতুন দিশ,, শুভাৰম্ভ কৰে কৃষি মন্ত্ৰী অতুল বৰাই। অনুষ্ঠান ত গ্ৰাম্যাঞ্চলৰ সুচল যাতায়ত আৰু স্বাৱলম্বনৰ এক নতুন দিশ ৰ আৰম্ভণি কৰি ১৩৫ খন গাড়ী মুকলি কৰাৰ লগতে। ৬ খন গাড়ী হিতাধিকাৰীক বিতৰণ কৰে। জিলা পৰিবহন বিভাগৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে এই আচঁনিৰ সহায়ত অসম ৰ গ্ৰাম্য অঞ্চলৰ বহু লোক আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ উপৰিও যাতায়তৰ সু-ব্যৱস্থাৰ সুবিধা লাভ কৰিব পাৰিব। উক্ত সভাত উপস্থিত থাকে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, ,, বিনোদ গোৱালা পৰিবহন বিষয়া মনোজ চৌধুৰী ; এমভি আই পৰাগ শইকীয়া ৰ লগতে বহু কেইজন গন্য মান্য ব্যক্তি। প্ৰকাশ শৰ্মা গোলাঘাট

 14 November, 2020


গোলাঘাট জিলাৰ বীৰাঙ্গনা সতী সাধনী কলাক্ষেত্ৰত  শনিবাৰে পুৱা  মুখ্য মন্ত্ৰীৰ গ্ৰাম্য অঞ্চলত সুচল যাতায়ত আৰু স্বাৱলম্বনৰ এক নতুন দিশ,, শুভাৰম্ভ কৰে কৃষি মন্ত্ৰী অতুল বৰাই। অনুষ্ঠান ত গ্ৰাম্যাঞ্চলৰ সুচল যাতায়ত আৰু স্বাৱলম্বনৰ এক নতুন দিশ ৰ আৰম্ভণি কৰি ১৩৫ খন গাড়ী মুকলি কৰাৰ লগতে। ৬ খন গাড়ী হিতাধিকাৰীক বিতৰণ কৰে। জিলা পৰিবহন বিভাগৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানৰ

সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে এই আচঁনিৰ সহায়ত অসম ৰ গ্ৰাম্য অঞ্চলৰ বহু লোক আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ উপৰিও যাতায়তৰ সু-ব্যৱস্থাৰ সুবিধা লাভ কৰিব পাৰিব। উক্ত সভাত উপস্থিত থাকে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া,  ,, বিনোদ গোৱালা পৰিবহন বিষয়া মনোজ চৌধুৰী ; এমভি আই পৰাগ শইকীয়া ৰ লগতে বহু কেইজন গন্য মান্য ব্যক্তি। প্ৰকাশ শৰ্মা গোলাঘাট


14 November, 2020 গোলাঘাটত এইবাৰ দেৱালীৰ উচাহ নাই ৷ নাই উচ্চক্ষমতাসম্পন্ন ব’ম ফটকা ৷ কাৰণ প্ৰদূষণ ৷ আনবাৰৰদৰে এইবাৰ দোকানো সীমিত ৷ প্ৰশাসনে প্ৰদূষণমুক্ত আটচবাজী বিক্ৰীৰ বাবেহে অনুমতি প্ৰদান কৰিছে ৷ বিগত বৰ্ষৰ দেৱালীত বৰষুণৰবাবে বহুকেইজন ব্যৱসায়ীৰ আটচবাজি বিক্ৰী নহ’ল এইবাৰ ব্যৱসায়ীয়ে এনে আটচবাজি বিক্ৰীৰ বাবে ওলিয়াইছিল যদিও দলবল সহ মেজিষ্ট্ৰেট আহি জব্দ কৰি লৈ গল ৷ ফলত আধাতে দোকান সামৰিলে ব্যৱসায়ীয়ে আটচবাজিৰ পৰিবত্তে এইবাৰ মাটিচাকীৰ সমাদৰ আৰু আলোকসজ্জাৰে পোহৰকৰা দেখা গৈছে ৷ :: কল্পনা ফুকন নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 14 November, 2020


গোলাঘাটত এইবাৰ দেৱালীৰ উচাহ নাই ৷ নাই উচ্চক্ষমতাসম্পন্ন ব’ম ফটকা ৷ কাৰণ প্ৰদূষণ ৷ আনবাৰৰদৰে এইবাৰ দোকানো সীমিত ৷ প্ৰশাসনে প্ৰদূষণমুক্ত আটচবাজী বিক্ৰীৰ বাবেহে অনুমতি প্ৰদান কৰিছে ৷ বিগত বৰ্ষৰ দেৱালীত বৰষুণৰবাবে বহুকেইজন ব্যৱসায়ীৰ আটচবাজি বিক্ৰী নহ’ল এইবাৰ ব্যৱসায়ীয়ে এনে আটচবাজি বিক্ৰীৰ বাবে ওলিয়াইছিল যদিও দলবল সহ

 মেজিষ্ট্ৰেট  আহি  জব্দ কৰি লৈ গল ৷ ফলত আধাতে দোকান সামৰিলে ব্যৱসায়ীয়ে আটচবাজিৰ পৰিবত্তে এইবাৰ মাটিচাকীৰ সমাদৰ আৰু আলোকসজ্জাৰে পোহৰকৰা দেখা গৈছে  ৷ ::  কল্পনা ফুকন নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...