Saturday, 14 November 2020

14 November, 2020 গোলাঘাটত এইবাৰ দেৱালীৰ উচাহ নাই ৷ নাই উচ্চক্ষমতাসম্পন্ন ব’ম ফটকা ৷ কাৰণ প্ৰদূষণ ৷ আনবাৰৰদৰে এইবাৰ দোকানো সীমিত ৷ প্ৰশাসনে প্ৰদূষণমুক্ত আটচবাজী বিক্ৰীৰ বাবেহে অনুমতি প্ৰদান কৰিছে ৷ বিগত বৰ্ষৰ দেৱালীত বৰষুণৰবাবে বহুকেইজন ব্যৱসায়ীৰ আটচবাজি বিক্ৰী নহ’ল এইবাৰ ব্যৱসায়ীয়ে এনে আটচবাজি বিক্ৰীৰ বাবে ওলিয়াইছিল যদিও দলবল সহ মেজিষ্ট্ৰেট আহি জব্দ কৰি লৈ গল ৷ ফলত আধাতে দোকান সামৰিলে ব্যৱসায়ীয়ে আটচবাজিৰ পৰিবত্তে এইবাৰ মাটিচাকীৰ সমাদৰ আৰু আলোকসজ্জাৰে পোহৰকৰা দেখা গৈছে ৷ :: কল্পনা ফুকন নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 14 November, 2020


গোলাঘাটত এইবাৰ দেৱালীৰ উচাহ নাই ৷ নাই উচ্চক্ষমতাসম্পন্ন ব’ম ফটকা ৷ কাৰণ প্ৰদূষণ ৷ আনবাৰৰদৰে এইবাৰ দোকানো সীমিত ৷ প্ৰশাসনে প্ৰদূষণমুক্ত আটচবাজী বিক্ৰীৰ বাবেহে অনুমতি প্ৰদান কৰিছে ৷ বিগত বৰ্ষৰ দেৱালীত বৰষুণৰবাবে বহুকেইজন ব্যৱসায়ীৰ আটচবাজি বিক্ৰী নহ’ল এইবাৰ ব্যৱসায়ীয়ে এনে আটচবাজি বিক্ৰীৰ বাবে ওলিয়াইছিল যদিও দলবল সহ

 মেজিষ্ট্ৰেট  আহি  জব্দ কৰি লৈ গল ৷ ফলত আধাতে দোকান সামৰিলে ব্যৱসায়ীয়ে আটচবাজিৰ পৰিবত্তে এইবাৰ মাটিচাকীৰ সমাদৰ আৰু আলোকসজ্জাৰে পোহৰকৰা দেখা গৈছে  ৷ ::  কল্পনা ফুকন নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India