Sunday, 15 November 2020

15 November, 2020 *কবি ৰত্ন সন্মান লখিমপুৰ* কবি, গল্পকাৰ পঙ্কজ সভাপণ্ডিতলৈ ২০২০ "কবি ৰত্ন" সন্মান প্ৰদান। কলকতাৰ "আনন্দমুখৰ সাহিত্য প্ৰত্ৰিকা আৰু পৰিশদে যোৱা ১ নবেম্বৰত এই সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত সমগ্ৰ ভাৰতবর্ষৰ প্ৰায় ১৫০ জন কবি,সাহিত্যিক, শিল্পি, সাংবাদিক আদিক এই সন্মান প্ৰদান কৰা হয় উল্লেখযোগ্য যে কবি পঙ্কজ সভাপণ্ডিতে লকডাউনৰ সময়ত ১২০ টা চুটি গল্প লিখি ছচিয়েল মেদীয়া জৰিয়তে তেওঁ প্ৰচাৰ কৰিছিল। এই সকলোবোৰ চাই আনন্দমুখৰ সাহিত্য প্ৰত্ৰিকা আৰু পৰিশদে তেওঁক এই সন্মান প্ৰদান কৰে। পঙ্কজ সভাপণ্ডিতে এই বটা পাই ৰাজ্য লগতে লখিমপুৰ জিলা খনলৈয়ো গৌৰৱ কঢ়িয়াই আনিলে। এই বটাত আছে এখন মেমৰেণ্ট আৰু দুখন মানপত্ৰৰ। লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ NORTHEAST NEWS INDIA

 15 November, 2020


*কবি ৰত্ন সন্মান লখিমপুৰ*   কবি, গল্পকাৰ পঙ্কজ সভাপণ্ডিতলৈ ২০২০ "কবি ৰত্ন" সন্মান প্ৰদান। কলকতাৰ "আনন্দমুখৰ সাহিত্য প্ৰত্ৰিকা আৰু পৰিশদে যোৱা ১ নবেম্বৰত এই সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত সমগ্ৰ ভাৰতবর্ষৰ প্ৰায় ১৫০ জন কবি,সাহিত্যিক, শিল্পি, সাংবাদিক আদিক এই সন্মান প্ৰদান কৰা হয় উল্লেখযোগ্য যে কবি পঙ্কজ সভাপণ্ডিতে লকডাউনৰ সময়ত ১২০ টা চুটি গল্প লিখি ছচিয়েল মেদীয়া জৰিয়তে তেওঁ প্ৰচাৰ কৰিছিল। এই সকলোবোৰ চাই আনন্দমুখৰ সাহিত্য প্ৰত্ৰিকা আৰু পৰিশদে তেওঁক এই সন্মান প্ৰদান কৰে। পঙ্কজ সভাপণ্ডিতে এই বটা পাই ৰাজ্য লগতে লখিমপুৰ জিলা খনলৈয়ো গৌৰৱ কঢ়িয়াই আনিলে। এই বটাত আছে এখন মেমৰেণ্ট আৰু দুখন মানপত্ৰৰ।

লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ

NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...