Wednesday, 7 October 2020
Tuesday, 6 October 2020
06 October, 2020 এটা চৰকাৰি বিভাগে ৰবৰ খেতিৰ জৰিয়তে গোলাঘাট জিলাৰ নিবনুৱা সকললৈ এক আশাৰ ৰেঙণী কঢ়িয়াই আনিছে ৷কাৰ্বি পাহাৰৰ পৰা বৈ অহা কঁহৰা নদীৰ কাষতে ভূমীসংৰক্ষণ বিভাগৰ আছে এখন ৰবৰৰ বাগিছা ৷ কহঁৰাৰ অন্য এক প্ৰাকৃতিক পৰিবেশ সৃষ্টি কৰা এই বাগিছা খনত কেইবাজনো কৰ্মচাৰীয়ে দৈনিক পুৱা- আবেলি গছৰপৰা বিশেষ পদ্ধতিৰে আঠা সংগ্ৰহ কৰি বিশেষ পদ্ধতিৰে মেচিনত ৰবৰ তৈয়াৰ কৰি ধোঁৱা দিয়া ঘৰত ৰাখে আৰু নিদিষ্ট প্ৰক্ৰিয়াৰে ৰৱৰ তৈয়াৰ কৰি সেই সমূহ গুৱাহাটীৰ নিদ্দিষ্ট ঠাইলৈ প্ৰেৰণ কৰে ৷ ইয়াৰ যোগেদি বিভাগটোৱে মাহিলী বুজন পৰিমানৰ ধন উৰ্পাজন কৰে ৷ বিভাগটোৰ এই ৰৱৰ বাগিছাই নিবনুৱা সকলৰ বাবে এক আদৰ্শ হৈছে ৷ কৃষ্ণাক্ষীবৰা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
06 October, 2020
এটা চৰকাৰি বিভাগে ৰবৰ খেতিৰ জৰিয়তে গোলাঘাট জিলাৰ নিবনুৱা সকললৈ এক আশাৰ ৰেঙণী কঢ়িয়াই আনিছে ৷কাৰ্বি পাহাৰৰ পৰা বৈ অহা কঁহৰা নদীৰ কাষতে ভূমীসংৰক্ষণ বিভাগৰ আছে এখন ৰবৰৰ বাগিছা ৷ কহঁৰাৰ অন্য এক প্ৰাকৃতিক পৰিবেশ সৃষ্টি কৰা এই বাগিছা খনত কেইবাজনো কৰ্মচাৰীয়ে দৈনিক পুৱা- আবেলি গছৰপৰা বিশেষ পদ্ধতিৰে আঠা সংগ্ৰহ কৰি বিশেষ পদ্ধতিৰে মেচিনত ৰবৰ তৈয়াৰ কৰি ধোঁৱা দিয়া ঘৰত ৰাখে আৰু নিদিষ্ট প্ৰক্ৰিয়াৰে ৰৱৰ তৈয়াৰ কৰি সেই সমূহ গুৱাহাটীৰ নিদ্দিষ্ট ঠাইলৈ প্ৰেৰণ কৰে ৷ ইয়াৰ যোগেদি বিভাগটোৱে মাহিলী বুজন পৰিমানৰ ধন উৰ্পাজন কৰে ৷ বিভাগটোৰ এই ৰৱৰ বাগিছাই নিবনুৱা সকলৰ বাবে এক আদৰ্শ হৈছে ৷ কৃষ্ণাক্ষীবৰা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
Monday, 5 October 2020
05 October, 2020 GOLAGHAT AASU PTOTEST OC: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই সোমবাৰে এক প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰে l সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী আইন ২০২০ আৰু পৰিবেশ প্ৰভাব নিৰূপণ আইন (EIA )২০২০ ৰ লগতে তিনিওখন কৃষি আইন (২০২০) ৰ বাতিলৰ দাবীত এক মানব শৃংখল কাৰ্যসূচী ৰূপায়ণ l গোলাঘাট নগৰৰ মাজমজিয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লগানেৰে উত্তাল কৰি ,সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজ পথ l শীঘ্ৰে যদি চৰকাৰে দাবী সমুহ মানি নলয় তেন্তে ভৱিষ্যতে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সকিয়নী প্ৰদান কৰে সংগঠনটোৱে l গোলাঘাট পৰা কৃষ্ণাক্ষীবৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
05 October, 2020
GOLAGHAT AASU PTOTEST
OC: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই সোমবাৰে এক প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰে l সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী আইন ২০২০ আৰু পৰিবেশ প্ৰভাব নিৰূপণ আইন (EIA )২০২০ ৰ লগতে তিনিওখন কৃষি আইন (২০২০) ৰ বাতিলৰ দাবীত এক মানব শৃংখল কাৰ্যসূচী ৰূপায়ণ l গোলাঘাট নগৰৰ মাজমজিয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লগানেৰে উত্তাল কৰি ,সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজ পথ l শীঘ্ৰে যদি চৰকাৰে দাবী সমুহ মানি নলয় তেন্তে ভৱিষ্যতে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সকিয়নী প্ৰদান কৰে সংগঠনটোৱে l
গোলাঘাট পৰা কৃষ্ণাক্ষীবৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
Sunday, 4 October 2020
04 October, 2020 মূখ্যমন্ত্ৰীক এঘাৰ দফীয়া স্মাৰকপত্ৰ দিলে কোচ জাতিৰ পাঁছ সংগঠনে অসমৰ ভূমীপুত্ৰ কোচ সকলক প্ৰতিনিধিত্ব কৰা পাঁচোটাকৈ সংগঠনে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি এখনি এঘাৰ দফীয়া স্মাৰকপত্ৰ প্ৰদান কৰে ৷ কোচ সকলক জনজাতিকৰণ কৰা ; অবিচিৰ প্ৰমাণপত্ৰ সমূহ অনলি কোচ হিচাপে দিয়া ; কোচ ভাষাৰ এহেজাৰ শিক্ষক নিযুক্তি দিয়া ; নিবনুৱা কোচ যুৱক যুৱতীক চৰকাৰি সাহায্য প্ৰদানকৰা ; ২০২১ ৰ চিলাৰায় দিৱসত কোচ জাতিৰ ইতিহাস সংকলনৰ প্ৰস্তাৱনা সংকলনৰ প্ৰকাশ কৰা ; আদি মুঠ এঘাৰটা দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে ৷ যোৱা ৩০ ছেপ্তেম্বৰৰ বিয়লি নাৰায়নীসেনা ; কোচ যুৱপৰিষদ ; কোচ মহিলা সমিতি ; কোচ সন্মিলন ; আৰু কোচ সাহিত্য সভাৰ প্ৰতিনিধি সকলে গুৱাহাটী খানাপাৰাৰ অসম পদাধিকাৰী প্ৰশাসনিক ভৱনত মুখ্যমন্ত্ৰীৰসৈত্যে এক আলোচনাত মিলিত হৈ স্মাৰকপত্ৰ খনি প্ৰদান কৰে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট NORTHEAST NEWS INDIA
04 October, 2020
মূখ্যমন্ত্ৰীক এঘাৰ দফীয়া স্মাৰকপত্ৰ দিলে কোচ জাতিৰ পাঁছ সংগঠনে অসমৰ ভূমীপুত্ৰ কোচ সকলক প্ৰতিনিধিত্ব কৰা পাঁচোটাকৈ সংগঠনে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি এখনি এঘাৰ দফীয়া স্মাৰকপত্ৰ প্ৰদান কৰে ৷ কোচ সকলক জনজাতিকৰণ কৰা ; অবিচিৰ প্ৰমাণপত্ৰ সমূহ অনলি কোচ হিচাপে দিয়া ; কোচ ভাষাৰ এহেজাৰ শিক্ষক নিযুক্তি দিয়া ; নিবনুৱা কোচ যুৱক যুৱতীক চৰকাৰি সাহায্য প্ৰদানকৰা ; ২০২১ ৰ চিলাৰায় দিৱসত কোচ জাতিৰ ইতিহাস সংকলনৰ প্ৰস্তাৱনা সংকলনৰ প্ৰকাশ কৰা ; আদি মুঠ এঘাৰটা দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে ৷ যোৱা ৩০ ছেপ্তেম্বৰৰ বিয়লি নাৰায়নীসেনা ; কোচ যুৱপৰিষদ ; কোচ মহিলা সমিতি ; কোচ সন্মিলন ; আৰু কোচ সাহিত্য সভাৰ প্ৰতিনিধি সকলে গুৱাহাটী খানাপাৰাৰ অসম পদাধিকাৰী প্ৰশাসনিক ভৱনত মুখ্যমন্ত্ৰীৰসৈত্যে এক আলোচনাত মিলিত হৈ স্মাৰকপত্ৰ খনি প্ৰদান কৰে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট
NORTHEAST NEWS INDIA
04 October, 2020 *গোলাঘাটত ক’ভিড-১৯ ত মৃত্যু ৭৪* *গৰাকী* ----------------------------------- ৪অক্টোবৰ২০২০ সমগ্ৰ বিশ্বজুৰি মানৱ সমাজক ত্ৰাসিত কৰি মৃত্যুৰ তাণ্ডৱ চলোৱা ক’ভিড-১৯ ত গোলাঘাটত আক্ৰান্ত হোৱা আৰু মৃত্যুৰ সংখ্যা ভয়াবহভাবে বৃদ্ধি হৈছে ৷ গোলাঘাট জিলাতপ্ৰথমৰ পৰা আজি পয্যন্ত ৭৪ গৰাকীৰ মৃত্যু হোৱাবুলি জিলা প্ৰশাসনৰ তথ্যৰযোগে চাৰিঅক্টোবৰত জানিবলৈ দিছে ৷ সহকাৰী আয়ুক্ত পাপুগগৈয়ে জানিবলৈ দিয়ে যে ক’ভিড-১৯ ত ৪৩ গৰাকী আৰু পৰোক্ষ ক’ভিডত (Non-Covid) ৩১ গৰাকী এই পয্যন্ত মৃত্যু হৈছে ৷ প্ৰথম অৱস্থাত ক’ভিডৰ নীতিনিয়ম মানি সাবধানতা অৱলম্বন কৰাৰ বাবে বিভিন্নজন আক্ৰান্ত হোৱাৰ পিছতো মানুহ মৃত্যু হোৱা নাছিল যদিও ৰোগ লুকুৱাই ৰাখি এচামে গণ সংক্ৰমিত কৰাত ক্ৰমান্বয়ে মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে ৷ জিলা উপায়ুক্তকে ধৰি ক’ভিড-১৯ ৰ দায়ীত্বত থকা বিষয়া সকলে জনতাৰ মঙ্গলৰ হকে ক’ভিড-১৯ নীতি নিয়ম মানিবলৈ জনসাধাৰণক বাৰম্বাৰ অনুৰোধ কৰা স্বত্বেও লকডাউন শিথিলতাৰ বাবে সৰহসংখ্যকে এনে আহৱানক অৱহেলা কৰাত ক্ৰমান্বয়ে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ৷ ৪অক্টোবৰ বিয়লি পয্যন্ত ৰেপিড টেষ্টত ৫৪ গৰাকী পজিটিভ ৰোগী চিনাক্ত কৰা হয় ৷প্ৰথমৰপৰা চাৰি অক্টোবৰ বিয়লি পয্যন্ত পজিটিভ ৰোগীৰ সংখ্যা ৭৬৯৫ গৰাকী ৷ ইয়াৰে ৬৬৯৭ গৰাকী সুষ্ঠৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ এক্টিভ ৰোগীৰ সংখ্যা ৯২৬ গৰাকী ঃঃ কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট
04 October, 2020
*গোলাঘাটত ক’ভিড-১৯ ত মৃত্যু ৭৪*
*গৰাকী*
-----------------------------------
৪অক্টোবৰ২০২০
সমগ্ৰ বিশ্বজুৰি মানৱ সমাজক ত্ৰাসিত কৰি মৃত্যুৰ তাণ্ডৱ চলোৱা ক’ভিড-১৯ ত গোলাঘাটত আক্ৰান্ত হোৱা আৰু মৃত্যুৰ সংখ্যা ভয়াবহভাবে বৃদ্ধি হৈছে ৷ গোলাঘাট জিলাতপ্ৰথমৰ পৰা
আজি পয্যন্ত ৭৪
গৰাকীৰ মৃত্যু হোৱাবুলি জিলা প্ৰশাসনৰ তথ্যৰযোগে চাৰিঅক্টোবৰত জানিবলৈ দিছে ৷ সহকাৰী আয়ুক্ত পাপুগগৈয়ে জানিবলৈ দিয়ে যে ক’ভিড-১৯ ত ৪৩ গৰাকী আৰু পৰোক্ষ ক’ভিডত (Non-Covid) ৩১ গৰাকী এই পয্যন্ত মৃত্যু হৈছে ৷ প্ৰথম অৱস্থাত ক’ভিডৰ নীতিনিয়ম মানি সাবধানতা অৱলম্বন কৰাৰ বাবে বিভিন্নজন আক্ৰান্ত হোৱাৰ পিছতো মানুহ মৃত্যু হোৱা নাছিল যদিও ৰোগ লুকুৱাই ৰাখি এচামে গণ সংক্ৰমিত কৰাত ক্ৰমান্বয়ে মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে ৷ জিলা উপায়ুক্তকে ধৰি ক’ভিড-১৯ ৰ দায়ীত্বত থকা বিষয়া সকলে জনতাৰ মঙ্গলৰ হকে ক’ভিড-১৯ নীতি নিয়ম মানিবলৈ জনসাধাৰণক বাৰম্বাৰ অনুৰোধ কৰা স্বত্বেও লকডাউন শিথিলতাৰ বাবে সৰহসংখ্যকে এনে আহৱানক অৱহেলা কৰাত ক্ৰমান্বয়ে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ৷ ৪অক্টোবৰ বিয়লি পয্যন্ত ৰেপিড টেষ্টত ৫৪ গৰাকী পজিটিভ ৰোগী চিনাক্ত কৰা হয় ৷প্ৰথমৰপৰা চাৰি অক্টোবৰ বিয়লি পয্যন্ত পজিটিভ ৰোগীৰ সংখ্যা ৭৬৯৫ গৰাকী ৷ ইয়াৰে ৬৬৯৭ গৰাকী সুষ্ঠৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ এক্টিভ ৰোগীৰ সংখ্যা ৯২৬ গৰাকী
ঃঃ কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট
মোৰ জাতি এটাই
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...