Monday, 5 October 2020

05 October, 2020 GOLAGHAT AASU PTOTEST OC: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই সোমবাৰে এক প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰে l সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী আইন ২০২০ আৰু পৰিবেশ প্ৰভাব নিৰূপণ আইন (EIA )২০২০ ৰ লগতে তিনিওখন কৃষি আইন (২০২০) ৰ বাতিলৰ দাবীত এক মানব শৃংখল কাৰ্যসূচী ৰূপায়ণ l গোলাঘাট নগৰৰ মাজমজিয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লগানেৰে উত্তাল কৰি ,সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজ পথ l শীঘ্ৰে যদি চৰকাৰে দাবী সমুহ মানি নলয় তেন্তে ভৱিষ্যতে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সকিয়নী প্ৰদান কৰে সংগঠনটোৱে l গোলাঘাট পৰা কৃষ্ণাক্ষীবৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

 05 October, 2020



 GOLAGHAT AASU PTOTEST


OC: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম   ছাত্ৰ সন্থাই সোমবাৰে এক প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰে  l সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী আইন ২০২০ আৰু পৰিবেশ প্ৰভাব নিৰূপণ আইন (EIA )২০২০ ৰ লগতে তিনিওখন কৃষি আইন (২০২০) ৰ বাতিলৰ দাবীত এক মানব শৃংখল কাৰ্যসূচী ৰূপায়ণ  l গোলাঘাট নগৰৰ মাজমজিয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লগানেৰে উত্তাল কৰি ,সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি  চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজ পথ l  শীঘ্ৰে যদি চৰকাৰে  দাবী সমুহ মানি নলয় তেন্তে ভৱিষ্যতে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সকিয়নী প্ৰদান কৰে  সংগঠনটোৱে l

 গোলাঘাট পৰা কৃষ্ণাক্ষীবৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...