Tuesday, 6 October 2020

06 October, 2020 এটা চৰকাৰি বিভাগে ৰবৰ খেতিৰ জৰিয়তে গোলাঘাট জিলাৰ নিবনুৱা সকললৈ এক আশাৰ ৰেঙণী কঢ়িয়াই আনিছে ৷কাৰ্বি পাহাৰৰ পৰা বৈ অহা কঁহৰা নদীৰ কাষতে ভূমীসংৰক্ষণ বিভাগৰ আছে এখন ৰবৰৰ বাগিছা ৷ কহঁৰাৰ অন্য এক প্ৰাকৃতিক পৰিবেশ সৃষ্টি কৰা এই বাগিছা খনত কেইবাজনো কৰ্মচাৰীয়ে দৈনিক পুৱা- আবেলি গছৰপৰা বিশেষ পদ্ধতিৰে আঠা সংগ্ৰহ কৰি বিশেষ পদ্ধতিৰে মেচিনত ৰবৰ তৈয়াৰ কৰি ধোঁৱা দিয়া ঘৰত ৰাখে আৰু নিদিষ্ট প্ৰক্ৰিয়াৰে ৰৱৰ তৈয়াৰ কৰি সেই সমূহ গুৱাহাটীৰ নিদ্দিষ্ট ঠাইলৈ প্ৰেৰণ কৰে ৷ ইয়াৰ যোগেদি বিভাগটোৱে মাহিলী বুজন পৰিমানৰ ধন উৰ্পাজন কৰে ৷ বিভাগটোৰ এই ৰৱৰ বাগিছাই নিবনুৱা সকলৰ বাবে এক আদৰ্শ হৈছে ৷ কৃষ্ণাক্ষীবৰা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

 06 October, 2020

 এটা চৰকাৰি বিভাগে ৰবৰ খেতিৰ জৰিয়তে গোলাঘাট জিলাৰ  নিবনুৱা সকললৈ এক আশাৰ ৰেঙণী  কঢ়িয়াই আনিছে ৷কাৰ্বি পাহাৰৰ পৰা বৈ অহা কঁহৰা নদীৰ কাষতে ভূমীসংৰক্ষণ বিভাগৰ আছে এখন ৰবৰৰ বাগিছা ৷ কহঁৰাৰ অন্য এক প্ৰাকৃতিক পৰিবেশ সৃষ্টি কৰা এই বাগিছা খনত কেইবাজনো কৰ্মচাৰীয়ে দৈনিক পুৱা- আবেলি গছৰপৰা বিশেষ পদ্ধতিৰে আঠা সংগ্ৰহ কৰি বিশেষ পদ্ধতিৰে মেচিনত ৰবৰ তৈয়াৰ কৰি ধোঁৱা দিয়া ঘৰত ৰাখে আৰু নিদিষ্ট প্ৰক্ৰিয়াৰে ৰৱৰ তৈয়াৰ কৰি সেই সমূহ গুৱাহাটীৰ নিদ্দিষ্ট ঠাইলৈ প্ৰেৰণ কৰে ৷ ইয়াৰ যোগেদি বিভাগটোৱে মাহিলী বুজন পৰিমানৰ ধন উৰ্পাজন কৰে ৷ বিভাগটোৰ এই ৰৱৰ বাগিছাই নিবনুৱা সকলৰ বাবে এক আদৰ্শ হৈছে ৷  কৃষ্ণাক্ষীবৰা ৰিৰ্পত  নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...