Friday, 11 September 2020
11 September, 2020 গোলাঘাট মইনাপাৰা শুক্ৰবাৰে ধনশিৰি নদীত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ । কোনো দুৰ্বৃত্তই যুৱক জনক হত্যা কৰি মৃতদেহটো ধনশিৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । মৃতদেহটোৰ ডিঙিত বেল্ট আৰু হাত দুখন ৰচীৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ আৰক্ষীৰ । পুৱাই স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ সহযোগত ধনশিৰি নদীৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো । যুৱক জনৰ আনুমানিক বয়স ৩০-৩৫ বছৰ । এই পৰ্যন্ত যুৱক জনৰ পৰিচয় উদ্ধাৰ হোৱা নাই ::প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট। NORTHEAST NEWS INDIA
11 September, 2020
গোলাঘাট মইনাপাৰা শুক্ৰবাৰে ধনশিৰি নদীত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ । কোনো দুৰ্বৃত্তই যুৱক জনক হত্যা কৰি মৃতদেহটো ধনশিৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । মৃতদেহটোৰ ডিঙিত বেল্ট আৰু হাত দুখন ৰচীৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ আৰক্ষীৰ । পুৱাই স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ সহযোগত ধনশিৰি নদীৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো । যুৱক জনৰ আনুমানিক বয়স ৩০-৩৫ বছৰ । এই পৰ্যন্ত যুৱক জনৰ পৰিচয় উদ্ধাৰ হোৱা নাই ::প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট। NORTHEAST NEWS INDIA
11 September, 2020 *Golaghat protest* *গোলাঘাট ব্ৰেকিং* সদৌ অসম চুটীয়া ছাত্ৰ সন্থাই শুক্ৰবাৰে গোলাঘাট জিলা উপায়ুক্তৰ কায্যালয়ৰ সন্মুখত এক উত্তাল প্ৰতিবাদী কায্যসূচী গ্ৰহণ কৰে ৷ সংগঠনটোৱে চুতীয়া জাতিক স্বায়ত্ত্বশাসন আৰু জনজাতিকৰণৰ দাবীত চৰকাৰ বিৰোধী দাবীৰে ধৰ্ণা ৰে ৰাজপথ উত্তাল কৰি উপায়ুক্ত কায্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে :::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA
11 September, 2020
*Golaghat protest*
*গোলাঘাট ব্ৰেকিং*
সদৌ অসম চুটীয়া ছাত্ৰ সন্থাই শুক্ৰবাৰে গোলাঘাট জিলা উপায়ুক্তৰ কায্যালয়ৰ সন্মুখত এক উত্তাল প্ৰতিবাদী কায্যসূচী গ্ৰহণ কৰে ৷ সংগঠনটোৱে চুতীয়া জাতিক স্বায়ত্ত্বশাসন আৰু জনজাতিকৰণৰ দাবীত চৰকাৰ বিৰোধী দাবীৰে ধৰ্ণা ৰে ৰাজপথ উত্তাল কৰি উপায়ুক্ত কায্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে :::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA
Thursday, 10 September 2020
Wednesday, 9 September 2020
09 September, 2020 ভগবান শ্ৰীকৃষ্ণৰ জন্মৰ উপলক্ষে বুধবাৰে গোলাঘাটৰ ১০নং ৱাৰ্ডৰ নতুন আমোলাপট্টিৰ ৭গৰাকী কণমাণিয়ে এক নৃত্য প্ৰদৰ্শন কৰিলে ৷ শ্ৰীকৃষ্ণৰ ৰূপত তপশ্ৰী ভট্টাচাৰ্য ; আৰু গোপিনীৰ ৰূপত অভীক্ষা শৰ্মা অণ্যণ্যদেৱী ৰূদ্ৰানী শৰ্মা ; তনয়া চৌধুৰী; তৃষা চৌধুৰী ৷ আৰু স্তুতি ভট্টাচাৰ্য ৷এওলোকে নিজেই হাতেকামে লাগি পুৱাৰে পৰাই গোকুলৰ গোশালা ; শ্ৰীকৃষ্ণ ঝুলনা ; দধীৰ টেকেলী আদি সজাই বিয়লি দাণ্ডিয়া নৃত্যৰ অন্তত দধিৰ টেকেলী ভাঙি ৰাইজক আমোদ দিয়ে ৷ : কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট ৯/৯/২০২০
09 September, 2020
ভগবান শ্ৰীকৃষ্ণৰ জন্মৰ উপলক্ষে বুধবাৰে গোলাঘাটৰ ১০নং ৱাৰ্ডৰ নতুন আমোলাপট্টিৰ ৭গৰাকী কণমাণিয়ে এক নৃত্য প্ৰদৰ্শন কৰিলে ৷ শ্ৰীকৃষ্ণৰ ৰূপত তপশ্ৰী ভট্টাচাৰ্য ; আৰু গোপিনীৰ ৰূপত অভীক্ষা শৰ্মা অণ্যণ্যদেৱী ৰূদ্ৰানী শৰ্মা ; তনয়া চৌধুৰী; তৃষা চৌধুৰী ৷ আৰু স্তুতি ভট্টাচাৰ্য ৷এওলোকে নিজেই হাতেকামে লাগি পুৱাৰে পৰাই গোকুলৰ গোশালা ; শ্ৰীকৃষ্ণ ঝুলনা ; দধীৰ টেকেলী আদি সজাই বিয়লি দাণ্ডিয়া নৃত্যৰ অন্তত দধিৰ টেকেলী ভাঙি ৰাইজক আমোদ দিয়ে ৷ : কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট ৯/৯/২০২০
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...