Friday, 11 September 2020

11 September, 2020 গোলাঘাট মইনাপাৰা শুক্ৰবাৰে ধনশিৰি নদীত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ । কোনো দুৰ্বৃত্তই যুৱক জনক হত্যা কৰি মৃতদেহটো ধনশিৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । মৃতদেহটোৰ ডিঙিত বেল্ট আৰু হাত দুখন ৰচীৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ আৰক্ষীৰ । পুৱাই স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ সহযোগত ধনশিৰি নদীৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো । যুৱক জনৰ আনুমানিক বয়স ৩০-৩৫ বছৰ । এই পৰ্যন্ত যুৱক জনৰ পৰিচয় উদ্ধাৰ হোৱা নাই ::প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট। NORTHEAST NEWS INDIA

 11 September, 2020


গোলাঘাট মইনাপাৰা শুক্ৰবাৰে  ধনশিৰি নদীত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ । কোনো দুৰ্বৃত্তই যুৱক জনক হত্যা কৰি মৃতদেহটো ধনশিৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । মৃতদেহটোৰ ডিঙিত বেল্ট আৰু হাত দুখন  ৰচীৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ আৰক্ষীৰ ।  পুৱাই স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । দণ্ডাধীশৰ উপস্থিতিত  আৰক্ষীয়ে দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ সহযোগত ধনশিৰি নদীৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো । যুৱক জনৰ আনুমানিক বয়স ৩০-৩৫ বছৰ । এই পৰ্যন্ত যুৱক জনৰ পৰিচয় উদ্ধাৰ হোৱা নাই ::প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট। NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...