Friday, 11 September 2020

11 September, 2020 *Golaghat protest* *গোলাঘাট ব্ৰেকিং* সদৌ অসম চুটীয়া ছাত্ৰ সন্থাই শুক্ৰবাৰে গোলাঘাট জিলা উপায়ুক্তৰ কায্যালয়ৰ সন্মুখত এক উত্তাল প্ৰতিবাদী কায্যসূচী গ্ৰহণ কৰে ৷ সংগঠনটোৱে চুতীয়া জাতিক স্বায়ত্ত্বশাসন আৰু জনজাতিকৰণৰ দাবীত চৰকাৰ বিৰোধী দাবীৰে ধৰ্ণা ৰে ৰাজপথ উত্তাল কৰি উপায়ুক্ত কায্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে :::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA

 11 September, 2020


*Golaghat protest*


*গোলাঘাট ব্ৰেকিং*


সদৌ অসম চুটীয়া ছাত্ৰ সন্থাই শুক্ৰবাৰে গোলাঘাট জিলা উপায়ুক্তৰ কায্যালয়ৰ সন্মুখত এক উত্তাল প্ৰতিবাদী কায্যসূচী গ্ৰহণ কৰে ৷ সংগঠনটোৱে  চুতীয়া জাতিক স্বায়ত্ত্বশাসন আৰু জনজাতিকৰণৰ দাবীত চৰকাৰ বিৰোধী দাবীৰে ধৰ্ণা ৰে ৰাজপথ উত্তাল কৰি উপায়ুক্ত কায্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে :::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷  NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...