Wednesday, 9 September 2020

09 September, 2020 ভগবান শ্ৰীকৃষ্ণৰ জন্মৰ উপলক্ষে বুধবাৰে গোলাঘাটৰ ১০নং ৱাৰ্ডৰ নতুন আমোলাপট্টিৰ ৭গৰাকী কণমাণিয়ে এক নৃত্য প্ৰদৰ্শন কৰিলে ৷ শ্ৰীকৃষ্ণৰ ৰূপত তপশ্ৰী ভট্টাচাৰ্য ; আৰু গোপিনীৰ ৰূপত অভীক্ষা শৰ্মা অণ্যণ্যদেৱী ৰূদ্ৰানী শৰ্মা ; তনয়া চৌধুৰী; তৃষা চৌধুৰী ৷ আৰু স্তুতি ভট্টাচাৰ্য ৷এওলোকে নিজেই হাতেকামে লাগি পুৱাৰে পৰাই গোকুলৰ গোশালা ; শ্ৰীকৃষ্ণ ঝুলনা ; দধীৰ টেকেলী আদি সজাই বিয়লি দাণ্ডিয়া নৃত্যৰ অন্তত দধিৰ টেকেলী ভাঙি ৰাইজক আমোদ দিয়ে ৷ : কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট ৯/৯/২০২০

 09 September, 2020


ভগবান শ্ৰীকৃষ্ণৰ জন্মৰ উপলক্ষে বুধবাৰে গোলাঘাটৰ ১০নং ৱাৰ্ডৰ নতুন আমোলাপট্টিৰ ৭গৰাকী কণমাণিয়ে এক নৃত্য প্ৰদৰ্শন কৰিলে ৷ শ্ৰীকৃষ্ণৰ ৰূপত তপশ্ৰী ভট্টাচাৰ্য ; আৰু গোপিনীৰ ৰূপত অভীক্ষা শৰ্মা অণ্যণ্যদেৱী ৰূদ্ৰানী শৰ্মা ; তনয়া চৌধুৰী; তৃষা  চৌধুৰী ৷  আৰু স্তুতি ভট্টাচাৰ্য ৷এওলোকে নিজেই হাতেকামে লাগি পুৱাৰে পৰাই গোকুলৰ গোশালা ; শ্ৰীকৃষ্ণ ঝুলনা ; দধীৰ টেকেলী আদি সজাই বিয়লি দাণ্ডিয়া নৃত্যৰ অন্তত দধিৰ টেকেলী ভাঙি ৰাইজক আমোদ দিয়ে ৷ : কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট ৯/৯/২০২০


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...