Friday, 5 June 2020
আজি ৫ জুন "বিশ্ব পৰিৱেশ দিৱস"। এখন সেউজ আৰু প্ৰদূষণমুক্ত বিশ্ব গঢ়াৰ লক্ষ্যৰে আমি সকলোৱে একোটিকৈ গছপুলি ৰোপণ কৰোঁ আহক আৰু আমাৰ এই ধৰিএী আইক ধ্বংসৰ দিশৰ পৰা উদ্ধাৰ কৰো। ধৰিএী আই নাথাকিলে আমিও জীয়াই থাকিব নোৱাৰো। সেউজীয়া থাকিলেহে আমাৰ ধৰিত্ৰী আই জীয়াই থাকিব। তেতিয়াহে আমি জীৱকুল জীয়াই থাকিম। আহক আমি প্ৰকৃতি ধ্বংস বন্ধ কৰো। এটা কথা সদায় মনত ৰাখিৱ, যি দিনা প্ৰকৃতি শেষ হ'ব সেইদিনাই জীৱকুলো ধ্বংস হব এই পৃথিবীত।
Thursday, 4 June 2020
৫ জুন "বিশ্ব পৰিৱেশ দিৱস এখন সেউজ আৰু প্ৰদূষণমুক্ত বিশ্ব গঢ়াৰ লক্ষ্যৰে আমি সকলোৱে একোটিকৈ গছপুলি ৰোপণ কৰোঁ আহক । আৰু আমাৰ এই ধৰিএী আইক মৃত্যু মুখৰ পৰা উদ্ধাৰ কৰো। আই নাথাকিলে আমিও জীয়াই থাকিব নোৱাৰো। আইৰ সমান হব কোন, নৈ সমান বৱ কোন। প্ৰকৃতি থাকিলেহে আমাৰ ধৰিত্ৰী জীয়াই থাকিব। তেতিয়াহে আমি জীৱকোল জীয়াই থাকিম। আহক আমি প্ৰকৃতি ধ্বংস বন্ধ কৰো। এটা কথা সদায় মনত ৰাখিৱ, যি দিনা প্ৰকৃতি শেষ হ'ব সেইদিনাই জীৱকুলো ধ্বংস হব এই পৃথিবীত।
Wednesday, 3 June 2020
3 Jun, 2020 অসমৰ মাননীয় মূখ্য মন্ত্রী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে আজিৰ গুৰুত্বপূৰ্ণ কেবিনেট সিদ্ধান্তই কৃষিখণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী আৰু কৃষকসকলক উপকৃত কৰিব বুলি আশা ব্যক্ত কৰে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটক এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে আন্তৰিক ধন্যবাদ জনাই। আমি বিশ্বাস ৰাখিছোঁ- 'One India, One Agriculture Market' (এক ভাৰত, এক কৃষি বজাৰ)-এ দেশৰ উন্নয়নৰ গতিক নতুন মাত্ৰা প্ৰদান কৰিব।
Subscribe to:
Comments (Atom)
মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন।
মাঘ বিহুৰ পবিত্ৰ উপলক্ষে বিশ্বৰ সকলো মানৱ জাতিলৈ মা আৰু প্ৰকৃতি পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মাঘ বিহু কেৱল...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
















