Friday, 5 June 2020

5 Jun, 2020 মাননীয় মুখ‍্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে "বিশ্ব পৰিৱেশ দিৱস"ৰ সৈতে সংগতি ৰাখি তেখেতৰ গুৱাহাটীস্থিত বাসভৱনৰ চৌহদত এটি গছপুলি ৰোপণ কৰে।


No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।