Friday, 5 June 2020
আজি ৫ জুন "বিশ্ব পৰিৱেশ দিৱস"। এখন সেউজ আৰু প্ৰদূষণমুক্ত বিশ্ব গঢ়াৰ লক্ষ্যৰে আমি সকলোৱে একোটিকৈ গছপুলি ৰোপণ কৰোঁ আহক আৰু আমাৰ এই ধৰিএী আইক ধ্বংসৰ দিশৰ পৰা উদ্ধাৰ কৰো। ধৰিএী আই নাথাকিলে আমিও জীয়াই থাকিব নোৱাৰো। সেউজীয়া থাকিলেহে আমাৰ ধৰিত্ৰী আই জীয়াই থাকিব। তেতিয়াহে আমি জীৱকুল জীয়াই থাকিম। আহক আমি প্ৰকৃতি ধ্বংস বন্ধ কৰো। এটা কথা সদায় মনত ৰাখিৱ, যি দিনা প্ৰকৃতি শেষ হ'ব সেইদিনাই জীৱকুলো ধ্বংস হব এই পৃথিবীত।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...










No comments:
Post a Comment
Welcome Northeast News India