Wednesday, 3 June 2020
3 Jun, 2020 অসমৰ মাননীয় মূখ্য মন্ত্রী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে আজিৰ গুৰুত্বপূৰ্ণ কেবিনেট সিদ্ধান্তই কৃষিখণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী আৰু কৃষকসকলক উপকৃত কৰিব বুলি আশা ব্যক্ত কৰে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটক এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে আন্তৰিক ধন্যবাদ জনাই। আমি বিশ্বাস ৰাখিছোঁ- 'One India, One Agriculture Market' (এক ভাৰত, এক কৃষি বজাৰ)-এ দেশৰ উন্নয়নৰ গতিক নতুন মাত্ৰা প্ৰদান কৰিব।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...




No comments:
Post a Comment
Welcome Northeast News India