Thursday, 4 June 2020

৫ জুন "বিশ্ব পৰিৱেশ দিৱস এখন সেউজ আৰু প্ৰদূষণমুক্ত বিশ্ব গঢ়াৰ লক্ষ্যৰে আমি সকলোৱে একোটিকৈ গছপুলি ৰোপণ কৰোঁ আহক । আৰু আমাৰ এই ধৰিএী আইক মৃত্যু মুখৰ পৰা উদ্ধাৰ কৰো। আই নাথাকিলে আমিও জীয়াই থাকিব নোৱাৰো। আইৰ সমান হব কোন, নৈ সমান বৱ কোন।


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...