Thursday, 4 June 2020

৫ জুন "বিশ্ব পৰিৱেশ দিৱস এখন সেউজ আৰু প্ৰদূষণমুক্ত বিশ্ব গঢ়াৰ লক্ষ্যৰে আমি সকলোৱে একোটিকৈ গছপুলি ৰোপণ কৰোঁ আহক । আৰু আমাৰ এই ধৰিএী আইক মৃত্যু মুখৰ পৰা উদ্ধাৰ কৰো। আই নাথাকিলে আমিও জীয়াই থাকিব নোৱাৰো। আইৰ সমান হব কোন, নৈ সমান বৱ কোন। প্ৰকৃতি থাকিলেহে আমাৰ ধৰিত্ৰী জীয়াই থাকিব। তেতিয়াহে আমি জীৱকোল জীয়াই থাকিম। আহক আমি প্ৰকৃতি ধ্বংস বন্ধ কৰো। এটা কথা সদায় মনত ৰাখিৱ, যি দিনা প্ৰকৃতি শেষ হ'ব সেইদিনাই জীৱকুলো ধ্বংস হব এই পৃথিবীত।


No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।