Sunday, 19 December 2021

*শ্রীমন্ত শঙ্কৰদেৱ সংঙ্ঘৰ গোলাঘাট জিলাৰ, গোলাঘাট আঞ্চলিক শাখাৰ বেঙেনাখোৱা শঙ্কৰদেৱ নগৰ নামঘৰত,বহুতো যুৱক, যুৱতী, আই , বাপ, সকলক শৰৰ্ণ প্ৰদান*

*শ্রীমন্ত শঙ্কৰদেৱ সংঙ্ঘৰ গোলাঘাট জিলাৰ, গোলাঘাট আঞ্চলিক শাখাৰ বেঙেনাখোৱা শঙ্কৰদেৱ নগৰ নামঘৰত,বহুতো যুৱক, যুৱতী, আই , বাপ, সকলক শৰৰ্ণ প্ৰদান*
গোলাঘাট,১৯ ডিচেম্বৰ২০২১ঃ শ্রীমন্ত শঙ্কৰদেৱ সংঙ্ঘৰ গোলাঘাট জিলাৰ, গোলাঘাট আঞ্চলিক শাখাৰ বেঙেনাখোৱা শঙ্কৰদেৱ নগৰ নামঘৰত, গোলাঘাট আঞ্চলিক শাখাৰ আতিথ্যত, আজি ইং ১৯ ডিচেম্বৰ ২০২১ তাৰিখে পুৱা ভাগৰ পৰা বহুতো যুৱক, যুৱতী, আই , বাপ, সকলক শৰৰ্ণ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত বহুতো আই, বাপ, ভক্তবৃন্দ উপস্থিত আছিল।

গোলাঘাটৰ পৰা মাধৱ গগৈ NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...