25 July, 2021
কোভিড প্ৰতিষেধক লোৱাৰ সম্পৰ্কে সজাগতা অনাৰ লগতে অন্যান্য ৰোগাক্ৰান্ত সকলৰ বাবে পৰামৰ্শ আগবঢ়াইছে ডাঃ সুনিতা এক্কা
বৰ্তমান সমগ্ৰ বিশ্বতে ত্ৰাসৰ বিষয় হৈ পৰা অতিমাৰী কোভিড-১৯ক পৰাভূত কৰাৰ বাবে চৰকাৰে প্রদান কৰা হৈছে কোভিড প্ৰতিষেধক । এইক্ষেত্ৰত গৰ্ভৱতী তিৰোতা,মধুমেহ আৰু কেঞ্চাৰ ৰোগীৰ আদি জটিল ৰোগাক্ৰান্ত হোৱা তথা
মাহেকীয়া ঋতুস্ৰাৱ হোৱা মহিলা আদিৰ মাজত এই প্ৰতিষেধক গ্ৰহণ কৰাৰ ক্ষেত্ৰত বহুতো উৰাবাতৰি বিয়পি পৰিছে ৷ সেয়েহে এই সমূহ বিষয়ৰ সম্পৰ্কে আপুনি চিন্তিত হোৱাটোও স্বাভাবিক ৷
আপোনাৰ এই দুঃচিন্তা নিৰ্মূল কৰিব গোলাঘাটৰ চিকিৎসক ডা° সুনিতা এক্কাই ৷ ক’ভীড-১৯ প্ৰতিষেধক প্ৰদান অভিযানত নামিপৰা ডা° সুনিতা এক্কাৰ মুখেৰেই শুনক ক’ভীড-১৯ প্ৰতিষেধকৰ সুফলৰ কথা ৷
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
No comments:
Post a Comment
Welcome Northeast News India