Sunday, 25 July 2021

গোলাঘাটত দেওবাৰে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত ড্ৰাগছ,চিৰিঞ্জসহ এক অভিযুক্ত আটক ৷

 25 July, 2021


গোলাঘাটত দেওবাৰে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত ড্ৰাগছ,চিৰিঞ্জসহ এক অভিযুক্ত আটক ৷



গোলাঘাটৰ চন্দন নগৰত আজি আৰক্ষীয়ে এজন লোকৰ ঘৰত তালাচী চলাই বহুপৰিমানৰ ড্ৰাগছৰ লগতে ৰূপৰ যোতা উদ্ধাৰ কৰে ৷ দেবেন বৰদলৈৰ ঘৰত আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই তন্ন তন্নকে চলোৱা তালাচীৰ অন্ত ড্ৰাগচ আৰু চিৰিঞ্জৰ লগতে এপাত ৰূপৰ জোটা জব্দ কৰে ৷ উদ্ধাৰ কৰে ৷ দেৱেন বৰদলৈৰ বৰপুত্ৰ জনাৰ্দন বৰদলৈ ড্ৰাগছ আসক্ত আছিল ৷ আৰক্ষীৰ অভিযানৰ সময়তে জনাৰ্দ্দন বিচনাত ঢ়লি পৰিছিল যদিও কিছূসময়ৰ পিছত সুষ্ঠ হৈ পৰে ৷ কুখ্যাত ড্ৰাগচ বেপাৰী জজৌৰ সহযোগী হিচাপে জনাজাত জনাৰ্দন বৰদলৈ  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

No comments:

Post a Comment

Welcome Northeast News India

মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন।

মাঘ বিহুৰ পবিত্ৰ উপলক্ষে বিশ্বৰ সকলো মানৱ জাতিলৈ মা আৰু প্ৰকৃতি পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মাঘ বিহু কেৱল...