Wednesday, 9 June 2021

09 Jun, 2021অহা ১০ /০৬/২১ তাৰিখৰ পৰা ১২/০৬/২১ তাৰিখলৈ ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত কোভিড ১৯ ৰ সংক্ৰমণ প্ৰতীৰোধৰ বাবে জিলাখনৰ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলৰ বাবে কোভিড ১৯ ৰ টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।উল্লেখযোগ্য যে টীকা কেন্দ্ৰ সমূহৰ online booking আজি বিয়লি ৪ বজাত খুলি দিয়া হব ।জিলা প্ৰশাসনে এইক্ষেত্ৰ ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

09 Jun, 2021

অহা ১০ /০৬/২১ তাৰিখৰ পৰা ১২/০৬/২১ তাৰিখলৈ ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত কোভিড ১৯ ৰ  সংক্ৰমণ প্ৰতীৰোধৰ  বাবে জিলাখনৰ  ১৮ বছৰৰ  পৰা ৪৪ বছৰ বয়সৰ  লোক সকলৰ বাবে কোভিড ১৯ ৰ  টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।উল্লেখযোগ্য যে টীকা কেন্দ্ৰ সমূহৰ online booking আজি বিয়লি ৪ বজাত খুলি দিয়া হব ।জিলা প্ৰশাসনে এইক্ষেত্ৰ ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India