Tuesday, 8 June 2021

08 Jun, 2021অহা ৯/০৬/২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰ সমূহত ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ লগতে উক্ত বয়সৰ ব্যক্তি যাৰ কোভিডৰ টীকা (covishield)ৰ প্ৰথম পালি লোৱা ৮৪ দিন হৈছে তেওঁলোকে উল্লেখিত কেন্দ্ৰত গৈ কোভিড ১৯ ৰ টীকা গ্ৰহণ কৰিব পাৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

08 Jun, 2021

অহা ৯/০৬/২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰ সমূহত  ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি  সকলৰ লগতে উক্ত বয়সৰ ব্যক্তি যাৰ কোভিডৰ টীকা (covishield)ৰ প্ৰথম পালি লোৱা ৮৪ দিন হৈছে তেওঁলোকে উল্লেখিত কেন্দ্ৰত গৈ কোভিড ১৯ ৰ  টীকা গ্ৰহণ কৰিব পাৰিব ।  জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...