08 Jun, 2021
অহা ৯/০৬/২১ তাৰিখে ডিব্ৰুগড়ৰ বি আৰ আম্বেদকাৰ ভৱন আৰু আৰক্ষী নিৱেশ হস্পিতালত ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকল যাৰ কোভিড ১৯ ৰ টীকা (covaxin) ৰ দ্বিতীয় পালি লবলগীয়া হৈ আছে তেখেত সকলে গৈ উক্ত কেন্দ্ৰত এই টীকা গ্ৰহণ কৰিব পাৰিব।লগতে উক্ত বয়সৰ ব্যক্তি যাৰ এই টীকা লোৱা ৪২ দিন অতিক্ৰম কৰিছে তেখেত লোকক এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
No comments:
Post a Comment
Welcome Northeast News India