Saturday, 29 May 2021

লখিমপুৰ জিলা বিভিন্ন ৰাজহুৱা স্থানত জিলা উপায়ুক্তৰ নিদ্দেশ মতে কভিড ১৯ পৰীক্ষা কৰা হয়।

 29 May, 2021


*লখিমপুৰ কভিড টেষ্ট* Date :- 29/5/21


## লখিমপুৰ জিলা বিভিন্ন ৰাজহুৱা স্থানত জিলা উপায়ুক্তৰ নিদ্দেশ মতে কভিড ১৯ পৰীক্ষা কৰা হয়।



## যান বাহন আৰক্ষী আৰু চিকিৎসালয়ৰ সহযোগত জিলা পৰিবহণ বিভাগৰ কাৰ্য্যালয়ৰ দ্বাৰা বজাৰ, বাছ আস্থান আৰু ৰেলোৱাৰী ষ্টেচন আদি ৰাজহুৱা স্থানত কভিড ১৯ পৰীক্ষা কৰে।


## দিনটোত প্ৰায় ৫০০ লোকৰ পৰীক্ষা কৰাৰ লক্ষ্য বিভাগীয় লোকৰ।


## বত্তৰ্মানলৈকে ৬০ জন লোকৰ পৰীক্ষা কৰা হয়।


## ইয়াৰে ভিতৰত চাৰি জন লোকৰ দেহত ধৰা পৰিছে কভিড ১৯

Byte :-


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।